সুদৰ্শন পাটনায়কৰ হাতত প্ৰাণ পাই উঠিল 6.2 ইঞ্চিৰ ক্ষুদ্ৰ বালিৰ ৰথ - 6.2 ইঞ্চিৰ ক্ষুদ্ৰ বালিৰ ৰথ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12433973-thumbnail-3x2-jagannathpuri.jpg)
জগন্নাথ ৰথযাত্ৰা উপলক্ষে বালিৰে ক্ষুদ্ৰ ৰথ সাজি উলিয়ালে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী সুদৰ্শন পাটনায়কে ৷ পুৰীত বালি শিল্পীগৰাকীয়ে সাজি উলিয়াইছে 6.2 ইঞ্চিৰ ক্ষুদ্ৰ বালিৰ ৰথ ৷