ভাৰতৰ COVID-19ৰ শেহতীয়া তথ্য ! - কৰ'ণা ভাইৰাছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7042621-thumbnail-3x2-hhs.jpg)
ভাৰতত বৰ্তমানলৈ প্ৰায় 33 হাজাৰ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ লক্ ডাউনৰ দ্বাৰা চৰকাৰে কৰ'ণা প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও এই ৰোগত নতুন নতুন আক্ৰান্ত লোক চিনাক্ত হৈছে ৷ ভাৰতৰ COVID 19 ৰ শেহতীয়া তথ্যৰ বাবে চাওক এই প্ৰতিবেদন ৷