নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক - নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ ক’ভিড 19ত আক্ৰান্ত ৰোগীক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8531995-910-8531995-1598222957466.jpg)
অন্ধ্ৰ প্ৰদেশত নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক ৷ বানৰ বাবে ঘৰতে আবদ্ধ হৈ আছিল COVID-19ত আক্ৰান্ত ৰোগীজন ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বানৰ সৃষ্টি হৈছিল গাঁৱখনত ৷ উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত ৰোগীৰ তালিকাত বৰ্তমান দেশৰ তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ ৷ ৰাজ্যখনত 3,53,111 জনলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে মৃত্যু হৈছে 3,282 গৰাকীৰ ৷