শুক্ৰবাৰে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ভুঁইকপৰ জোকাৰণি - ভংগিল পৰ্বত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10609341-thumbnail-3x2-1.jpg)
শুক্ৰবাৰে নিশা, হাৰিয়ানা আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ভুঁইকপৰ জোকাৰণি অনুভৱ কৰা হৈছিল। হাৰিয়ানাৰ অমবালাৰ চনিপত জিলাত কম্পন অনুভৱ কৰা হৈছে। এই ভূমিকম্পৰ কেন্দ্ৰ আছিল আফগানিস্তান। ভূমিকম্পৰ প্ৰাবল্য ৬.২ বুলি জনা গৈছে। এই কম্পনবোৰ আবেলি ১০.৩০ বজাত প্ৰায় ১০ ৰ পৰা ১৫ ছেকেণ্ডৰ বাবে অনুভৱ কৰা হৈছে ।