মাটি খহি 6 ফুট তলত জীৱন্তে পোত গ’ল শিশু - বিহাৰৰ কাটিহাৰ জিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12351896-thumbnail-3x2-bihar.jpg)
বিহাৰৰ কাটিহাৰ জিলাৰ এটি ভিডিঅ’ই সৃষ্টি কৰিছে চাঞ্চল্য ৷ প্ৰায় 6 ফুট মাটিৰ দ’মত পুত গ’ল এটি শিশুক ৷ প্ৰায় 30 ঘন্টাজোৰা উদ্ধাৰ অভিযানৰ অন্তত গাঁওবাসীয়ে জীৱন্তে উদ্ধাৰ কৰে শিশুটোক ৷ উদ্ধাৰ কৰা শিশুটো স্থানীয় এগৰাকী খেতিয়ক গুজৰ ৰায়ৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷