স্বপ্না চৌধুৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন সুন্দৰ বাগিচা - স্বাস্থ্য কৰ্মীৰ বাগিচা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12162040-thumbnail-3x2-s.jpg)
চণ্ডীগড়ৰ এগৰাকী স্বাস্থ্য কৰ্মী স্বপ্না চৌধুৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন সুন্দৰ বাগিচা (garden) । বিভিন্ন ফুল, গছ-গছনিৰ লগতে বাগিচাৰ আটক ধুনীয়া টাববোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । হাতী, মেকুৰী, হৰিণা আদি বিভিন্ন জন্তুৰ মুখৰ দৰে টাববোৰে সৌন্দৰ্য বৃদ্ধি কৰিছে বাগিচাখনৰ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...