একালৰ সন্ত্ৰাসবাদী এতিয়া সাংসদঃ বিশ্বজিত দৈমাৰী

By

Published : Dec 10, 2019, 7:16 PM IST

thumbnail

দেশত ব্যাপক হাৰত অস্ত্ৰ শস্ত্ৰৰ প্ৰচলন অব্যাহত আছে ৷ মঙলবাৰে ৰাজ্যসভাত উত্থাপন হোৱা অস্ত্ৰ শস্ত্ৰ সংশোধনী আইন 2019ৰ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ অসমৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে পৰোক্ষভাৱে সাংসদ নৱ শৰণীয়াৰ কথা উল্লেখ কৰে ৷ সংসদত দৈমাৰীয়ে কয় যে,বন্দুক লৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰা এসময়ৰ ব্যক্তি আজি অসমৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৷ এসময়ত হাতত বন্দুক লৈছিল, কিন্তু আজিলৈকে তেওঁ অস্ত্ৰ-শস্ত্ৰ জমা দিয়া নাই আৰক্ষীৰ হাতত ৷ আৰক্ষী নিৰাপত্তাৰক্ষীৰ হাতত নোহোৱা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আছে উত্তৰ পূৱৰ সন্ত্ৰাসবাদীৰ হাতত ৷ বিগত 30 বছৰ ধৰি বন্দুক সংস্কৃতি চলি আছে দেশত ৷ যাৰবাবে দেশত বহুতো অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে ৷ এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ সবিশেষ চাওক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.