কছাৰী বিহুৰে মুখৰিত ধেমাজিৰ গৰৈমাৰী পথাৰ - বিহু নমোৱা পৰ্ব

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 16, 2022, 11:16 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পবিত্ৰ বাইথ' পূজাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ফাগুনৰ অন্তিম দিনা আৰম্ভ কৰা হয় বিহু নমোৱা পৰ্ব (Kachari Bihu celebrate) ৷ সেই উদ্দেশ্যে মঙলবাৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজিৰ গৰৈমাৰী বাইথ' মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হয় পবিত্ৰ বাইথ' পূজাৰ (Sonowal Kachari Bihu celebrate in Dhemaji) ৷ বাইথ' পূজাৰ অন্তিম দিনাৰ নিশা সোণোৱাল কছাৰীৰ স্বকীয় ৰীতি-নীতিৰে পূজাৰীয়ে পূজা-অৰ্চনা সম্পন্ন কৰে ৷ তাৰপিছত পৰম্পৰা ৰক্ষা কৰি সোণোৱাল কছাৰীসকলে দুপৰ নিশালৈকে বিহু নাম গাই আনন্দ-উল্লাস কৰে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.