Basistha Dev Sharma Death : বুঢ়াসত্ৰীয়াৰ মৃত্যু সত্ৰীয়া সংস্কৃতিৰ অপূৰণীয় ক্ষতি - শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়াসত্ৰীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16723653-thumbnail-3x2-ranjit.jpg)
সত্ৰীয়া সংস্কৃতিৰ সাধক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপৰায়ণ (Basistha Dev Sharma no more) অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ বৈকুণ্ঠ প্ৰয়াণৰ খবৰ পোৱাৰ পিছতে বৰপেটাৰ সত্ৰত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ দাসকে (Ranjeet Kumar Dass in Barpeta) ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল ৷ শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মন্ত্ৰী ৰণজিৎ দাস ৷
Last Updated : Feb 3, 2023, 8:29 PM IST