thumbnail

By

Published : Dec 9, 2022, 4:08 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Pranjal Pratim Tamuli won silver: ৰাষ্ট্ৰীয় চাব জুনিয়ৰ কাৰাটেত প্ৰাঞ্জল প্ৰতিমৰ ৰূপৰ পদক অৰ্জন

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম সন্তানৰ সফলতা ৷ ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত (National sub junior Karate championship)ৰহাৰ প্ৰাঞ্জল প্ৰতিম তামুলীয়ে ৰূপৰ পদক অৰ্জন কৰে (Pranjal Pratim Tamuli won silver)৷ যোৱা ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ দিল্লীৰ টালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি ৪৫ কেজি কুমিটে শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় প্ৰাঞ্জলে ৷ নগাঁও জিলাৰ ৰহাৰ ৰহা কাৰাটে ক্লাবৰ ছাত্ৰ ১১ বছৰীয়া প্ৰাঞ্জল ৷ প্ৰাঞ্জলৰ এই সাফল্যত গৌৰৱান্বিত তেওঁৰ প্ৰশিক্ষক ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.