thumbnail

By

Published : Oct 6, 2022, 4:16 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

তেজস্বিতাৰ বাসগৃহত উপস্থিত মাজুলীৰ জিলা উপায়ুক্ত

মাজুলীৰ প্ৰতিভাৱান কিশোৰী তথা কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুক শোকস্তব্ধ ৰাজ্যবাসী (Tejaswita Boruah dead)। মাজুলীৰ দৰিয়া গাঁৱত শোকৰ ছাঁ পৰিছে । তেনে এক শোকাকুল পৰিৱেশৰ মাজতে তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হয় মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত (Majuli DC at Tejaswita Boruahs house)। উপায়ুক্তগৰাকীয়ে তেজস্বিতা বৰুৱাৰ পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে উক্ত ঘটনা সন্দৰ্ভত বুজ লয় (Majuli DC reaction on Tejaswita Boruah dead)। মাজুলীৰ জিলা চিকিৎসালয়ৰ গাফিলতি আৰু দুৰ্বল আন্তঃগাঁথনিক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হোৱা সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে, বুধবাৰৰ দিনটোত মাজুলীৰ জিলা চিকিৎসালয়খনত উপযুক্ত অক্সিজেন আছিল যদিও সমগ্ৰ বিষয়টো সম্পৰ্কে অনুসন্ধান কৰিব বুলিও তেওঁ ঘোষণা কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.