Disaster Mitigation Department: উমৰাংচোত দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত মকড্ৰিল - জিলা দুৰ্যোগ প্ৰশমন বিভাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17287465-thumbnail-3x2-jui.jpg)
অসমৰ অন্যতম পাহাৰীয়া জিলা তথা ডিমা হাছাও জিলাৰ উমৰাংচোত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ (Disaster Mitigation Department)উদ্যোগত বানৰ কবলৰ পৰা লোকক উদ্ধাৰ আৰু ত্ৰান তৎপৰতা সন্দৰ্ভত মকড্ৰিল অনুষ্ঠিত কৰা হয় ৷ উমৰাংচোৰ কপিলী নৈত এই মকড্ৰিল অনুষ্ঠিত হয়(Disaster Mitigation Department inititive Mokdrill) ৷ এনডিআৰএফৰ 1 নম্বৰ বেটেলিয়ানৰ সদস্যসকলক বানৰ পৰিবেশ সৃষ্টি হলে আৰু বানৰ কবলত পৰা লোকসকলক উদ্ধাৰ কৰাৰ প্ৰশাসনিক দক্ষতা প্ৰদান কৰিবলৈ এই মকড্ৰিল অনুষ্ঠিত কৰে (Mokdrill at Umrangcho) ৷ এই অনুশীলনৰে বানৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ লগত কেনেদৰে মুকবিলা কৰিব পাৰি সেই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব ৷ গুৱাহাটীৰ পৰা অহা এনডিআৰএফ বাহিনীৰ দলেও এই মকড্ৰিলত সহযোগিতা কৰিব ৷
Last Updated : Feb 3, 2023, 8:36 PM IST