Brick Kiln Accident : কাছাৰৰ কালাইনত ইটা ভাটাৰ চিমনি ভাঙি চাৰিজনৰ মৃত্যু - kalain Brick Kiln Accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17095587-thumbnail-3x2-djcvsd.jpg)
কাছাৰৰ কালাইনত ভয়ংকৰ দুৰ্ঘটনা ৷ ইটাভাটাৰ চিমনি ভাঙি শিশুসহ চাৰিজনৰ মৃত্যু ৷ দুৰ্ঘটনাটোৰ ফলত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় (Brick Kiln Accident in Kachar)৷ ভগা চিমনিৰ তলত আৱদ্ধ হৈ পৰে আন কেইবাজনো লোক (kalain Brick Kiln Accident) ৷ SABI নামৰ এটা ইটাভাটাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ৷ ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো (Brick Kiln Chimney break in Cachar) ৷ আহতসকলক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST