thumbnail

By

Published : Dec 5, 2022, 9:52 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Leopard attack in Dibrugarh: বাঘৰ আক্ৰমণত আহত দুগৰাকী শ্ৰমিক

খোৱাং চাহ বাগিচাত পুনৰ বাঘৰ আক্ৰমণ ৷ ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত হয় দুগৰাকী শ্ৰমিক (Leopard attack in Dibrugarh)। মহিলা দুগৰাকীৰ নাম আচিৰিতা কুজুৰ (২৬) আৰু অনিতা তিৰ্কী (২৫)। আহত দুয়োগৰাকী শ্ৰমিককে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । খোৱাং বাগানৰ নাৰ্চাৰীত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰে দুয়োগৰাকীকে । উল্লেখ্য যে, খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং অঞ্চলত ইয়াৰ পূৰ্বেও বাঘৰ আক্ৰমণত বহু কেইগৰাকী লোক আহত হৈছিল ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.