ইউক্ৰেইনত নিহত নবীনৰ বন্ধুৱে দিলে শিহণৰণকাৰী বৰ্ণনা

By

Published : Mar 1, 2022, 6:51 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

মঙলবাৰে ইউক্ৰেইনত কৰ্ণাটকৰ এজন ছাত্ৰ গুলীবিদ্ধ হৈ নিহত হয় (Indian student dies in Ukraine) ৷ নবীন নামৰ ছাত্ৰজন ৰাছিয়ান সেনাৰ গুলীৰ নিহত হোৱাৰ পাছত ছাত্ৰজনৰ বন্ধুৱে দিছে সমগ্ৰ পৰিৱেশৰ শিহৰণকাৰী বৰ্ণনা ৷ পশ্চিম সীমান্তলৈ যাবলৈ লভিভৰ ৰেল ষ্টেচনলৈ ৰাওনা হোৱা অৱস্থাতে গুলীবিদ্ধ হৈ নিহত হয় ছাত্ৰজন ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.