পৰম্পৰাগত পোছাকত শীতলাক মাতাৰ উপাসনাত নিমজ্জিত ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী - পৰম্পৰাগত পোছাকত শীতলাক মাতাৰ উপাসনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15008713-thumbnail-3x2-dima.jpg)
ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী কাৱাচী লাখমাই মঙলবাৰে চুকমাত ডৰনাপালত পৰম্পৰাগত পোছাক, ডিঙিত ফুলৰ মালা পিন্ধি লাখমা শীতলাক মাতাৰ উপাসনাত নিমজ্জিত হোৱা দেখা গৈছিল(Kawasi Lakhma worshiped maa Sheetla) । হাতত ময়ূৰৰ পাখি লৈ মন্ত্ৰীগৰাকীয়ে শীতলা মাৰ ভক্তিত নিমজ্জিত হৈ ঢোলৰ তালে তালে নাচিছিল ৷ তেওঁ পূজাৰ মাজতে কড়ীৰে পিঠিত কোব মাৰাও দেখা গৈছিল । পূজাত উপস্থিত ভক্তসকলে মন্ত্ৰীগৰাকীৰ এটা ভিডিঅ’ও বনাইছিল ৷ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST