বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা - বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14721455-thumbnail-3x2-bhab.jpg)
শেহতীয়াকৈ দেখা গৈছিল ৰাজ্যিক বিজেপিত ইজনৰ পিছত সিজন অন্য দলৰ সদস্যই যোগদান কৰাৰ পিছত একাংশ জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীয়ে এই সন্দৰ্ভত বিপৰীত স্থিতিত অৱস্থান কৰিছে ৷ বিশেষকৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে একাংশ নতুন বিজেপি নেতাৰ সম্পৰ্কে মন্তব্য কৰাও দেখা গৈছিল (Rajen Gohain on new BJP leaders)৷ এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এতিয়া মুখ খোলা দেখা গৈছে ৷ ভৱেশ কলিতাই মন্তব্য কৰিছে যে, বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে (Bhabesh kalita on seniority in BJP) ৷
Last Updated : Feb 3, 2023, 8:19 PM IST