ETV Bharat / sukhibhava

আপোনালোকে জানেনে ব্ৰেডে ওজন হ্ৰাস কৰাত সহায় কৰে!

author img

By

Published : Sep 23, 2022, 5:23 PM IST

আপুনি জানেনে ব্ৰেডে ওজন হ্ৰাস কৰাত সহায় কৰে । বহু লোকেই ব্ৰেড খাই ভাল পাই বা নিতৌ পুৱাৰ আহাৰত ব্ৰেড বাটাৰ, বা ব্ৰেড জাম খাই । পাছে তাৰেই মাজৰ কিছু লোকে ভাবে যে, ব্ৰেড খোৱাৰ ফলত ওজন বৃদ্ধি পাই, শৰীৰত মেদ জমা হয়(which bread is good for losing weight) । কিন্তু কি ধৰণে ব্ৰেড খাব যিয়ে আপোনাৰ শৰীৰ সুঠাম কৰিহে ৰাখিব..

which bread is good for losing weight
আপোনালোকে জানেনে ব্ৰেডে ওজন হ্ৰাস কৰাত সহায় কৰে!

আপুনি জানেনে ব্ৰেডে ওজন হ্ৰাস কৰাত সহায় কৰে । বহু লোকেই ব্ৰেড খাই ভাল পাই বা নিতৌ পুৱাৰ আহাৰত ব্ৰেড বাটাৰ, বা ব্ৰেড জাম খাই । পাছে তাৰেই মাজৰ কিছু লোকে ভাবে যে, ব্ৰেড(Bread) খোৱাৰ ফলত ওজন বৃদ্ধি পাই, শৰীৰত মেদ জমা হয়(which bread is good for losing weight)।

কেৱল সকলো সময়তে সকলো ধৰণৰ ব্ৰেড খোৱাৰ পৰা আঁতৰি থাকক । বৰ্ধিত ওজন মানুহৰ বাবে এটা ডাঙৰ সমস্যা হৈ আহিছে । মানুহে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন পদ্ধতিৰ ব্যৱহাৰ কৰে । ওজন বৃদ্ধিৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যাইয়ো দেখা দিয়ে ।

বিশেষকৈ ওজন বৃদ্ধিৰ ফলত ডায়েবেটিচ আৰু হৃদৰোগ(Diabetes and heart disease) হোৱাৰ আশংকা অধিক থাকে । সেয়ে সকলো মানুহেই সঠিক ওজন ধৰি ৰখাৰ প্ৰতি মনোযোগ দিয়া উচিত ।

কিন্তু কি ধৰণে ব্ৰেড খাব যিয়ে আপোনাৰ শৰীৰ সুঠাম কৰিহে ৰাখিব..

  • বগা ব্ৰেড পৰিহাৰ কৰক(Avoid white bread):

স্বাস্থ্য বিশেষজ্ঞসকলে বগা ব্ৰেডক শৰীৰৰ বাবে ক্ষতিকাৰক বুলি কয় । সাধাৰণতে পিজ্জা, চেণ্ডউইচ বা জলপানৰ বাবে ব্যৱহৃত বগা ব্ৰেড, বিভিন্ন ধৰণে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । দৰাচলতে, বগা ব্ৰেড পৰিশোধিত শস্যৰ পৰা প্ৰস্তুত কৰা হয় আৰু ইয়াত উচ্চ পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে । ৰক্ত শৰ্কৰাৰ স্তৰো বৃদ্ধি কৰে বগা ব্ৰেডে ।

  • ওজন হ্ৰাস কৰিবলৈ কি ব্ৰেড খাব(Which bread to eat to lose weight):

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু ৰাতিপুৱাৰ আহাৰত ব্ৰেড অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ’লে মাল্টিগ্ৰেইন ব্ৰেড(Multigrain Bread) খোৱাটো ইয়াৰ বাবে এক ভাল বিকল্প হ’ব । মাল্টিগ্ৰেইন ব্ৰেডত যথেষ্ট পৰিমাণৰ শস্য আৰু ব্ৰাণ থাকে ।

  • ওটমিলৰ ব্ৰেডো অন্তৰ্ভুক্ত কৰিব পাৰে খাদ্যৰ তালিকাত(Include oatmeal bread in your diet):

ওজন হ্ৰাস কৰাৰ বাবে ওটমিলৰ ব্ৰেড সহায়ক । ইয়াত আঁহ, মেগনেছিয়াম, ভিটামিন B1, লো আৰু জিংক পোৱা যায় । ইয়াত থকা আঁহৰ পৰিমাণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে, উচ্চ ৰক্তচাপ হ্ৰাস কৰে আৰু কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

লগতে পঢ়ক: আপুনি এগৰাকী ডায়েবেটিছ ৰোগী নেকি ? জানি লওক প্ৰ‘টিনৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.