ETV Bharat / sukhibhava

World perimenopause day: মহিলাসকলৰ বাবে পেৰিমেনোপজ সন্দৰ্ভত কিছু জানিবলগীয়া কথা - ঋতুচক্ৰ

মহিলাসকলৰ ৪৫ৰ পৰা ৫০ বছৰ বয়স হোৱাৰ লগে লগে ৰজোনিবৃত্তি আৰম্ভ হয় । ৰজোনিবৃত্তি মানে ঋতুস্ৰাৱ বন্ধ হোৱা । এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, যিটো প্ৰতিগৰাকী নাৰীৰ মাজত ঘটে । কিন্তু ৰজোনিবৃত্তিৰ আগতেই আপুনি পেৰিমেনোপজৰ পৰ্যায়ত উপনীত হয় । কিছুমান লক্ষণৰ দ্বাৰা আপুনি পেৰিমেনোপজ চিনিব পাৰে । বিশ্ব পেৰিমেনোপজ দিৱস উপলক্ষে জানো আহক পেৰিমেনোপজ কি আৰু ইয়াৰ লক্ষণসমূহ...

What is perimenopause its symptoms and how to manage it
মহিলাসকলৰ বাবে পেৰিমেনোপজ সন্দৰ্ভত কিছু জানিবলগীয়া কথা
author img

By

Published : Oct 11, 2022, 6:01 AM IST

মহিলাসকলৰ ৪৫ৰ পৰা ৫০ বছৰ বয়স হোৱাৰ লগে লগে ৰজোনিবৃত্তি আৰম্ভ হয় । ৰজোনিবৃত্তি মানে ঋতুস্ৰাৱ বন্ধ হোৱা । এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, যিটো প্ৰতিগৰাকী নাৰীৰ মাজত ঘটে (World perimenopause day) ।

কিন্তু ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে । কিছুমান মহিলাৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা, মেজাজৰ দোলাচল, খিংখিঙীয়া, ছালৰ সৈতে জড়িত সমস্যা, চুলি সৰা আদি বহুতো শাৰীৰিক সমস্যা দেখা যায় ।

যদি এগৰাকী মহিলাই ১২ মাহ ধৰি একেৰাহে ঋতুস্ৰাৱ নহয়, তেন্তে বুজিব যে তেওঁ ৰজোনিবৃত্তিৰ পৰ্যায়ত উপনীত হৈছে । কিন্তু ৰজোনিবৃত্তিৰ পূৰ্বেই আপুনি পেৰিমেনোপজৰ (Perimenopause) পৰ্যায়ত উপনীত হয় । কিছুমান লক্ষণৰ দ্বাৰা আপুনি পেৰিমেনোপজ চিনিব পাৰে । এই সময়ত অনিয়মীয়া মাহেকীয়া, Hot flashes, টোপনি নহা আদি বহু ধৰণৰ শাৰীৰিক লক্ষণ (Symptoms of menopause) দেখা যায়, যিবোৰ নাৰীভেদে বেলেগ বেলেগ হ’ব পাৰে । কিছুমানৰ ক্ষেত্ৰত ইয়াৰ লক্ষণবোৰ অতি গুৰুতৰ হ’ব পাৰে । এনে অৱস্থাত পেৰিমেনোপজ কি আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা হয় (Symptoms of Perimenopause) জানিব লাগিব ।

পেৰিমেনোপজ কি ?(What is perimenopause)

এক গৱেষণামূলক আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পেৰিমেনোপজৰ অৰ্থ হৈছে ৰজোনিবৃত্তিৰ আশে-পাশে(Around menopause) । এই সময়ছোৱাত আপোনাৰ শৰীৰটো ৰজোনিবৃত্তিৰ দিশে আগবাঢ়িছে(World perimenopause day 2022) । ইয়াৰ পিছত এগৰাকী নাৰীৰ প্ৰজনন বছৰ শেষ হ য়। এনে অৱস্থাত পেৰিমেনোপজক ৰজোনিবৃত্তি পৰিৱৰ্তন বুলিও কোৱা হয় । প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত ই বেলেগ বেলেগ হ’ব পাৰে ।

পেৰিমেনোপজৰ লক্ষণসমূহ কি কি ?(Symptoms of perimenopause)

কিছুমান মহিলাৰ ক্ষেত্ৰত ৪০ বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে পেৰিমেনোপজৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে । ইয়াৰ ভিতৰত মূলতঃ অনিয়মিত ঋতুস্ৰাৱো অন্তৰ্ভুক্ত । কিন্তু কিছুমান মহিলাৰ ক্ষেত্ৰত ৩০ বছৰৰ প্ৰথম অৱস্থাতো দেখা দিব পাৰে । পেৰিমেনোপজৰ সময়ত আপুনি এনে অনুভৱ কৰিব পাৰে-

  • মহিলা যৌন হৰম’ন ইষ্ট্ৰজেনৰ মাত্ৰা অসমানভাৱে বৃদ্ধি আৰু হ্ৰাস হ’বলৈ আৰম্ভ কৰে
  • ঋতুচক্ৰ দীঘলীয়া বা কম হ’ব পাৰে
  • ঋতুচক্ৰ আৰম্ভ হয়, কিন্তু এই সময়ছোৱাত অভেৰীৰ(ovaries) পৰা Eggs ৰিলিজ নকৰে
  • কেৱল এয়াই নহয়, আপুনি ৰজোনিবৃত্তিৰ লক্ষণ যেনে অনিয়মীয়া মাহেকীয়া, Hot flashes, যোনি শুকান হোৱা, টোপনি অহাত অসুবিধা আদি অনুভৱ কৰিব পাৰে
  • যোনি আৰু মূত্ৰাশয়ৰ লগত জড়িত সমস্যা হ’ব পাৰে
  • উৰ্বৰতা আৰু কামনাশক্তি কমি যাব পাৰে
  • কলেষ্টেৰলৰ মাত্ৰাৰ উঠা-নমা
  • মুড ছুইং আদি লক্ষণ দেখা দিব পাৰে ।

পেৰিমেনোপজ পিৰিয়ড কিমান দিনলৈ থাকে ?(How long does the perimenopause period last)

গড়ে পেৰিমেনোপজৰ সময় সাধাৰণতে চাৰি বছৰলৈকে থাকে । কিন্তু নাৰীভেদে বেলেগ বেলেগ হ’ব পাৰে । কিছুমানত ই মাত্ৰ দুমাহলৈকে থাকে, তাৰ পিছত ই এগৰাকী মহিলাক ১০ বছৰলৈকে অসুবিধা দিব পাৰে । যদি কোনো মহিলাৰ ১২ মাহ ঋতুস্ৰাৱ নহয় তেন্তে তেওঁ ৰজোনিবৃত্তিত উপনীত হৈছে আৰু তেওঁৰ পেৰিমেনোপজৰ পিৰিয়ড শেষ হৈ গৈছে বুলি কোৱা হয় ।

পেৰিমেনোপজৰ লক্ষণসমূহৰ পৰা কেনেকৈ ৰক্ষা পৰিব(How to manage perimenopausal symptoms)

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক । দৈনন্দিন কাম-কাজত ব্যায়াম অন্তৰ্ভুক্ত কৰক । সঠিক টোপনি লওক । মদ্যপান, ধূমপান নকৰিব । ওজন নিয়ন্ত্ৰণত ৰাখক । মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক ।

লগতে পঢ়ক: Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.