ETV Bharat / sukhibhava

Walk in anxiety: উদ্বিগ্নতাৰ পৰা সকাহ পাবলৈ ১ সপ্তাহ অবিৰতভাৱে কৰক এই কাম

যেতিয়া মানুহে উদ্বিগ্নতা অনুভৱ কৰে তেতিয়া বুজি নাপায় যে কি কৰিব লাগে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে । এনে পৰিস্থিতিত এই কামে আপোনাক সকাহ দিব পাৰে । সবিশেষ পঢ়ক...

To control anxiety do this work continuously for 1 week you will automatically feel relaxed
এনজাইটি বা উদ্বেগৰ পৰা সকাহ পাবলৈ ১ সপ্তাহ অবিৰতভাৱে কৰক এই কাম
author img

By

Published : Mar 14, 2023, 5:16 PM IST

আপুনি উদ্বিগ্নতা অনুভৱ কৰে নেকি ? আপুনি অনবৰতে চিন্তাত বুৰ গৈ থাকে নেকি । লগতে ইয়াৰ বাবে আপুনি টোপনি যাব নোৱাৰে বা আপুনি অস্থিৰ অনুভৱ কৰিছে নেকি যদি হয় তেন্তে এই আটাইবোৰেই হৈছ এনজাইটি অৰ্থাৎ উদ্বিগ্নতাৰ লক্ষণ । এনে পৰিস্থিতিত ঔষধতকৈ জীৱনশৈলী আৰু খাদ্যাভ্যাস শুধৰোৱাৰ প্ৰয়োজন বেছি । লগতে যোগাসন আৰু ব্যায়ামে আপোনাক এই কামত সহায় কৰিব পাৰে (How can I stop walking anxiety?)। কিন্তু, আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম খোজ কঢ়াৰ সৈতে এনজাইটিৰ সম্পৰ্ক (Can I walk during anxiety?)৷

উদ্বিগ্নতাত খোজ কাঢ়িলে কি হয় ?

এনজাইটি বা উদ্বিগ্নতাত খোজ কঢ়াটো বহু দিশত উপযোগী হ’ব পাৰে । প্ৰথমতে দৈনিক ৪০ মিনিট খোজ কাঢ়িব লাগে । যেতিয়াই আপুনি উদ্বিগ্নতা অনুভৱ কৰে তেতিয়া এই কামটো কৰক । যিকোনে ঠাইতে আপুনি খোজ কাঢ়িব পাৰে । কিন্তু ঘৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক । অলপ খোলা আৰু বায়ু চলাচল কৰা ঠাইলৈ যাওক । এনে কৰিলে মানসিক চাপৰ পৰা বিৰতি পোৱা যায় আৰু উদ্বেগ কমি যায় ।

১/ মানসিক চাপ কম কৰে

উদ্বেগ আৰম্ভ হয় মানসিক চাপৰ পৰা । এনে পৰিস্থিতিত যেতিয়া আপুনি উদ্বিগ্নতাত ভোগে, তেতিয়া খোজ কাঢ়িলে এই মানসিক চাপ দূৰ কৰে । ই আপোনাৰ মনক শান্ত কৰে আৰু মানসিক চাপ কমায় ।

২/ অতিমাত্ৰা চিন্তা দূৰ হয়

মানুহে প্ৰায়ে উদ্বেগত অতিমাত্ৰা চিন্তা কৰে আৰু বিচলিত হ’বলৈ আৰম্ভ কৰে । তেওঁলোকে অনুভৱ কৰে যে, তেওঁলোকৰ চিন্তাধাৰা ক’তো বন্ধ হোৱা নাই । এনে পৰিস্থিতিত এই চিন্তাধাৰাক ৰোধ কৰাত খোজ কঢ়াই সহায় কৰিব পাৰে (Overthinking Gets a Break)। গতিকে, যদি আপোনাৰ এনজাইটি আছে, তেন্তে দীঘলীয়া খোজ কাঢ়িব ।

৩/ ভাল টোপনি অহাত সহায় কৰে

উদ্বিগ্নতাত খোজ কঢ়াই টোপনিৰ অভাৱৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । আচলতে উদ্বিগ্নতাৰ বাবে মানুহে টোপনি নাপায় আৰু খোজ কঢ়াই শৰীৰক ভাগৰুৱা কৰি টোপনি অহাত সহায় কৰে । শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে ই মগজুক শান্ত কৰে, যাৰ ফলত উদ্বিগ্নতা সৃষ্টি নহয় ।

লগতে পঢ়ক: Collagen deficiency skin: শৰীৰত এই সমূহ উপাদানৰ অভাৱ হ’লে বয়সৰ পূৰ্বে বৃদ্ধ দেখা যাব পাৰে আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.