ETV Bharat / sukhibhava

এই সমূহ ঘৰুৱা পদ্ধতিৰে সকাহ পাব পাৰি বাতবিষৰ পৰা

author img

By

Published : Oct 11, 2022, 10:14 PM IST

বয়স বাঢ়ি অহাৰ লগে লগে বহুতো সমস্যাৰ সৃষ্টি হয় । যাৰ ভিতৰত আছে উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ লগতে বাতবিষ । কিন্তু এই বিষয়ে সম্পূৰ্ণ সহমতত উপনীত হ’ব নোৱাৰি কাৰণ বৰ্তমানেও বহু যুৱক-যুৱতী এই সমস্যাসমূহৰ কবলত পৰিছে (How can I relieve joint pain) ।

These home remedies will give great relief in arthritis pain
এই সমূহ ঘৰুৱা পদ্ধতিৰে সকাহ পাব পাৰি বাতবিষৰ পৰা

বয়স বাঢ়ি অহাৰ লগে লগে বহুতো সমস্যাৰ সৃষ্টি হয় । যাৰ ভিতৰত আছে উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ লগতে বাতবিষ । কিন্তু এই বিষয়ে সম্পূৰ্ণ সহমতত উপনীত হ’ব নোৱাৰি কাৰণ বৰ্তমানেও বহু যুৱক-যুৱতী এই সমস্যাসমূহৰ কবলত পৰিছে (How can I relieve joint pain) । বাতবিষত মানুহৰ হাড় আৰু গাঁঠিৰ অসহ্য বিষ হয় । যাৰ বাবে তেওঁলোকে ঔষধৰ আশ্ৰয় ল’বলগীয়া হয় আনকি কেতিয়াবা অস্ত্ৰোপচাৰৰো (Arthritis Pain Home Remedies) । এই সমস্যাটো এনেকুৱা যে আক্ৰান্ত অংশটো স্পৰ্শ কৰাৰ পিছতো বিষ হয়(stop joint pain naturally) ।

যদি বাতবিষ বৰ বিপদজনক পৰ্যায়ত নাই, তেন্তে কিছুমান ঘৰুৱা ঔষধেও ইয়াৰ পৰা সকাহ পাব পাৰে(Home remedies will give great relief in arthritis pain) । এই ঔষধবোৰৰ সহায়ত বাতবিষৰ ফলত হোৱা বিষৰ লগতে ক্ৰেম্প আৰু ৰঙা পৰাৰ সমস্যাও দূৰ কৰিব পৰা যায় (Joint pain home remedies) ।

বাতবিষৰ বিষৰ পৰা সকাহ পাবলৈ ঘৰুৱা উপায়

১/ হালধি(Turmeric)

বিষ নিৰাময়ৰ বাবে হালধি অতি ফলপ্ৰসূ চিকিৎসা(Arthritis Pain Home Remedies) । কাৰণ হালধিত কাৰকুমিন নামৰ এবিধ উপাদান থাকে, যিয়ে বিষৰ পৰা উপশম দিব পাৰে । গতিকে বাতবিষৰ বিষ কমাবলৈ আজিৰ পৰা নিজেই দৈনিক ১ গিলাচ হালধি গাখীৰ খোৱা আৰম্ভ কৰিলে ভাল হ’ব ।

২/ আদা(Ginger)

বাতবিষৰ বিষ উপশম কৰাত আদাও অতি উপকাৰী । আদাৰ বিষ নিৰাময় গুণ আছে। গতিকে বাতবিষৰ বিষ কমাবলৈ দৈনিক আদাৰ ৰসত জিৰা আৰু জালুকৰ গুড়ি মিহলাই বিষ হোৱা ঠাইত লগাব লাগে । এনে কৰিলে বিষৰ পৰা বহু পৰিমাণে সকাহ পোৱা যায় ।

৩/ সৰিয়হৰ তেল(Mustard oil)

বাতবিষৰ বিষ কমাবলৈ সৰিয়হ তেল আটাইতকৈ ফলপ্ৰসূ ঔষধ । ইয়াৰ বাবে সৰিয়হৰ তেল অলপ গৰম কৰি ল'ব । ইচ্ছা কৰিলে তাত নহৰুৰ কলিও দিব পাৰে, এতিয়া এই তেলেৰে বিষ হোৱা অংশত মালিচ কৰক । এই তেলৰে মালিচ কৰিলে গাঁঠিবোৰতো ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত বিষৰ পৰা উপশম পোৱা যায় ।

লগতে পঢ়ক: Diabetes: Type 2 ডায়েবেটিছত কেনেদৰে উপকাৰী ইনচুলিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.