ETV Bharat / sukhibhava

Thyroid Diseases in Women: হঠাৎ ওজন বৃদ্ধি হোৱাটো থাইৰয়ড ৰোগৰ লক্ষণ, আপোনাৰো আছে নেকি এই সমস্যা ?

মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে থাইৰয়ড ৰোগৰ বহু ঘটনাৰ খবৰ পোৱা গৈছে । বেয়া খাদ্যাভ্যাসৰ ফলত এই ৰোগৰ বৃদ্ধি পোৱাৰ এটা প্ৰধান কাৰণ বুলি গণ্য কৰা হয় ।

Sudden weight gain is a symptom of thyroid disease, do you also have this problem ?
হঠাৎ ওজন বৃদ্ধি হোৱাটো থাইৰয়ড ৰোগৰ লক্ষণ, আপোনাৰো আছে নেকি এই সমস্যা ?
author img

By

Published : Jul 21, 2023, 1:35 PM IST

প্ৰতি বছৰে মহিলাৰ থাইৰয়ড ৰোগৰ ঘটনা বৃদ্ধি পায় । এই ৰোগৰ বাবে মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত নহয় ।

থাইৰয়ড থাকিলে শৰীৰত কি প্ৰাৰম্ভিক লক্ষণ দেখা যায় আৰু এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক । চিকিৎসকে কয় যে, মহিলাৰ ওজন হঠাৎ বৃদ্ধি হোৱাটো থাইৰয়ডৰ এটা প্ৰধান লক্ষণ । থাইৰয়ড গ্ৰন্থিৰ হাইপোথাইৰয়ডিজমৰ বাবে মেদবহুলতা বৃদ্ধি পায়, এইটো এনে এক অৱস্থা য’ত থাইৰয়ডৰ সক্ৰিয়তা কমিবলৈ আৰম্ভ কৰে । এই সময়ত বিপাকীয় ক্ৰিয়া কমিবলৈ আৰম্ভ কৰে আৰু শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে । ইয়াৰ বাবে ওজন বৃদ্ধি পায় ।

বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে এই পৰিস্থিতিক আওকাণ কৰে । তেওঁলোকে নাজানে যে ওজন বৃদ্ধি হোৱাটোৱেই থাইৰয়ড ৰোগৰ প্ৰাৰম্ভিক লক্ষণ । যদি জীৱনশৈলী ভাল হয় । খাদ্যৰ যত্ন লয়, কিন্তু তথাপিও ওজন বাঢ়িছে, তেতিয়া ই থাইৰয়ডৰ লক্ষণ । এনে অৱস্থাত তৎক্ষণাত পৰীক্ষাটো কৰিব লাগে ।

থাইৰয়ড কি ?

চিকিৎসকে এই সন্দৰ্ভত বুজাইছে যে, থাইৰয়ড হৈছে আমাৰ শৰীৰৰ এটা গ্ৰন্থি, যিটো ডিঙিৰ তলত থাকে । ইয়াৰ ফলত THS, T2 আৰু T3 হৰম’ন নিৰ্গত হয় । এই হৰম’নবোৰৰ যিকোনো এটাৰ অতিৰিক্ত বা কম উৎপাদনৰ বাবে থাইৰয়ড ৰোগ হয় । বিগত দশকত মহিলাৰ ক্ষেত্ৰত এই ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । বেয়া জীৱনশৈলী এই ৰোগ বৃদ্ধিৰ এটা প্ৰধান কাৰণ । বহু ক্ষেত্ৰত অটোইম্যুন কাৰণত থাইৰয়ড ৰোগো দেখা দিয়ে ।

মানসিক স্বাস্থ্যৰো প্ৰভাৱ পৰিব পাৰে

চিকিৎসকে কয় যে, মানসিক স্বাস্থ্যৰ অৱনতিও থাইৰয়ডৰ লক্ষণ হ’ব পাৰে । যদি কোনো কামত উদ্বিগ্নতা থাকে আৰু কোনো অনুভৱ নাথাকে তেন্তে থাইৰয়ড পৰীক্ষাও এবাৰ কৰিব লাগে ।

লগতে পঢ়ক: Bones diseases: ৩০ বছৰ বয়সত হাড় দুৰ্বল হৈ আহিছে ? চিকিৎসকৰ পৰা জানি লওক নিদানৰ উপায়

লগতে পঢ়ক: Elephant apple Benefits: আমাৰ শৰীৰৰ বাবে মহৌষধ স্বৰূপ ঔটেঙা, জানি লওক ইয়াৰ উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.