ETV Bharat / sukhibhava

আপোনাৰ শিশুটিক টিফিনত দিবৰ বাবে ৬ বিধ পুষ্টিকৰ খাদ্য

author img

By

Published : Aug 29, 2022, 10:12 PM IST

শিশুৰ বাবে টিফিন তৈয়াৰ কৰাটো এটা গুৰুত্বপূৰ্ণ কাম । যদি আপোনাৰ শিশুটিক টিফিনত কি পৰিবেশন কৰিব লাগে সেই সমস্যাৰ সন্মুখীন হৈছে তেন্তে আৰু চিন্তাৰ কোনো কাৰণ নাই । জানো আহক এনে কেইবিধমান খাদ্যৰ বিষয়ে যাক তৈয়াৰ কৰিব আপুনি আপোনাৰ শিশুটিক দিব পাৰে পৰ্যাপ্ত পুষ্টি (Quick lunch ideas for School Kids) ৷

6 Healthy and Quick lunch ideas for School Kids
আপোনাৰ শিশুটিক টিফিনত দিবৰ বাবে ৬ বিধ পুষ্টিকৰ খাদ্য

ক'ভিডৰ পিছত কেইবাখনো বিদ্যালয়ত আৰম্ভ হৈছে অফলাইন ক্লাছ । অভিভাৱকসকলে পুনৰ নিজৰ সন্তানৰ স্কুলৰ সময়সূচীৰ লগত খাপ খুৱাই লোৱাৰ ৰুটিনলৈ গৈছে ৷ এয়া আমি সকলোৱে জানো যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে নিজৰ শিক্ষাগ্ৰহণ কৰিছিল ৷ সেই অভিভাৱকসকলেও নিজৰ সন্তানৰ বাবে টিফিনৰ তৈয়াৰ কৰা আদি ৰুটিনৰ পৰা বিৰত আছিল ৷

কিন্তু এতিয়া দীৰ্ঘ বিৰতিৰ অন্তত বিদ্যালয়সমূহ খোল খোৱাত অভিভাৱকসকলক পুনৰ সেই আগৰ ৰুটিনলৈ ঘূৰি গৈছে আৰু নিশ্চিতভাৱে তেওঁলোকৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান (6 Healthy and Quick lunch ideas for School Kids) । বিশেষকৈ শিশুৰ বাবে টিফিন বনোৱাটো অতি প্ৰয়োজনীয় (Quick lunch ideas for School Kids)। লকডাউনৰ সময়ছোৱাত অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰ্দিষ্ট ৰুটিন নাছিল এতিয়া সকলো লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ।

যদি এনে পৰিস্থিতিত টিফিনত কি পৰিবেশন কৰিব লাগে সেই সমস্যাৰ সন্মুখীন হৈছে তেন্তে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই । এই সুষম খাদ্যৰ তালিকাৰ জৰিয়তে আপোনাৰ শিশুটিয়ে লাভ কৰিব পুষ্টি আৰু ৰুচি । ই স্বাস্থ্যকৰ আৰু শিশুৰ বাবে সহজে হজম কৰিব পৰা গতিকে জানো আহক এনে কেইবিধমান খাদ্যৰ বিষয়ে যাক তৈয়াৰ কৰিব আপুনি আপোনাৰ শিশুটিক দিব পাৰে পৰ্যাপ্ত পুষ্টি (Healthy and Quick lunch) ৷

  • ফ্ৰাইড ইডলি(Fried Idli): নৰসিংহ পাতৰ সৈতে ভজা ইডলিয়ে নিঃসন্দেহে আপোনাৰ সন্তানৰ হৃদয় জয় কৰিব । এই খাদ্যবিধ আপোনাৰ শিশুটিৰ বাবে স্বাস্থ্যকৰ আৰু হজম কৰিবলৈ খুবেই সহজ সেয়েহে শিশুটিক টিফিনত দিবৰ বাবে ইডলি আপোনাৰ বাবে এক বিকল্প হ'ব পাৰে ।
  • ৰুটি পিজ্জা(Roti Pizza): শিশুসকলে পিজ্জা খাই খুবেই ভাল পায় যদি আপুনি দোকানৰ পৰা কিনা পিজ্জাৰ পৰিৱৰ্তে ৰুটিৰে ঘৰতে বনোৱা পিজ্জা তৈয়াৰ কৰিব পাৰে তেন্তে ই আপোনাৰ শিশুটিৰ বাবে এক পুষ্টিকৰ খাদ্য হ’ব ইয়াত বিভিন্ন শাক-পাচলি আৰু পনিৰ মিহলাই অধিক আকৰ্ষণীয় কৰি টিফিনত দিব পাৰে ৷
  • বেচন চিলা চেণ্ডুইচ(Besan Chila Sandwich): যি সকলে কণী নাখায় তেওঁলোকৰ বাবে এইবিধ এক সুস্বাদু খাদ্য । টমেটো চাটনি বা পদিনা চাটনিৰ সৈতে পৰিবেশন কৰিলে ইয়াৰ সোৱাদ আৰু ভাল হয় এই ৰেচিপিৰ মূল উপাদানটো বেচন যি ভৰপুৰ প্ৰ'টিনেৰে পৰিপূৰ্ণ ৷
  • মাখানা(Herbed Makhanas): মাখানা দেখিবলৈ আৰু খাবলৈ প্ৰায়েই পপকৰ্ণৰ দৰে । এই খাদ্য লঘু যদিও অতি স্বাস্থ্যকৰ আৰু সুস্বাদু । যদি আপোনাৰ সন্তানে ৱেফাৰ খাই ভাল পায় তেন্তে মাখানা নিশ্চিতভাৱে এটা ভাল বিকল্প ৷
  • স্বাস্থ্যসন্মত মিঠাই(Healthy Sweet Treats): মিঠাই অবিহনে কোনো আহাৰ সম্পূৰ্ণ নহয় খেজুৰ, আলমণ্ড আৰু ক’ক’ৰ সৈতে সৰু সৰু বল বনাই আগতীয়াকৈ ফ্ৰীজত থ’ব পাৰে । ই এক স্বাস্থ্যকৰ মিঠাই ৷ ই আপোনাৰ শিশুটিৰ বাবে স্বাস্থ্যকৰ ৷
  • ৰেপ আৰু ৰোল(Wraps and Rolls with a Healthy Touch): ঘেঁহুৰ আটাৰে ৰুটি তৈয়াৰ কৰি । তাত আপুনি বুটমাহ, পনিৰ আদিৰ সৈতে ৰোল কৰি শিশুটিক টিফিনত দিব পাৰে ৷

প্ৰৱন্ধটোত উল্লেখ কৰা পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যেৰ বাবেহে দিয়া হৈছে আৰু ইয়াক পেছাদাৰী চিকিৎসা পৰামৰ্শ হিচাপে ধৰি লোৱা উচিত নহয় । খাদ্যত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ পূৰ্বে সদায় চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ গ্ৰহণ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.