ETV Bharat / sukhibhava

Bad Cholesterol: হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ এক মুখ্য কাৰণ হৈছে শৰীৰত বৰ্ধিত High Cholesterol; এই অদ্ভুত দেখা ফলবিধে কৰিব নিৰাময়

author img

By

Published : Aug 1, 2023, 6:41 PM IST

Bad Cholesterol: যদি আমাৰ তেজত বেয়া কলেষ্টেৰল জমা হ’বলৈ ধৰে, তেন্তে ই বহু ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, ইয়াৰ বাবে আপুনি এটা বিশেষ ধৰণৰ ফল খাব পাৰে । সেই ফলবিধনো কি জানো আহক ৷

Dragon Fruit benefits
ড্ৰেগন ফ্ৰুট খোৱাৰ উপকাৰিতা

ভাৰতত তেলীয়া খাদ্য প্ৰচুৰ পৰিমাণে খোৱা হয়, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে । ইয়াৰ কাৰণে তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু ইয়াৰ বাবেই হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি পায়, এনে পৰিস্থিতিত আমি আমাৰ দৈনিক কেৱল স্বাস্থ্যকৰ খাদ্যহে অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত আপুনি ড্ৰেগন ফ্ৰুট নিৰ্বাচন কৰিব পাৰে । দেখাত আচহুৱা দেখাব পাৰে আৰু বজাৰত ইয়াৰ দামো অতি বেছি, কিন্তু ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ।

ড্ৰেগন ফ্ৰুট খোৱাৰ উপকাৰিতা

ড্ৰেগন ফ্ৰুটৰ ভিতৰৰ অংশ বগা আৰু গোলাপী থাকে । বহুতে এই ফলবিধক অতি উৎসাহেৰে খায় । এই ৰসাল ফলটোত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায় । ইয়াৰ উপৰিও ইয়াত কেলচিয়াম, প্ৰ’টিন আৰু ভিটামিন চিৰ সমৃদ্ধ উৎস । চিকিৎসকে কয় যে, এই আচৰিত ফলবিধ খালে আমি কি কি লাভ পাব পাৰো-

১) বেয়া কলেষ্টেৰল কম হ’ব

ড্ৰেগন ফ্ৰুটত অতি কম পৰিমাণৰ চৰ্বি পোৱা যায়, সেইবাবেই ই শৰীৰত কলেষ্টেৰল বৃদ্ধি নকৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় । যদি আপুনি আপোনাৰ ওজন কম কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ৰসাল ফলটো আপোনাৰ নিয়মীয়া খাদ্যত অন্তৰ্ভুক্ত কৰক । ইয়াৰ গুটিত ওমেগা-৩ ফেটি এচিড পোৱা যায় যিটো এটা গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান ।

২) হৃদৰোগ নাইকিয়া হৈ যাব

ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায় । যদি আপুনি ইয়াক দেশী খাদ্যত অন্তৰ্ভুক্ত কৰে তেন্তে ক’ৰ’নাৰী ধমনী ৰোগ আৰু হৃদযন্ত্ৰৰ ৰোগৰ আশংকাও ৰোধ হ’ব । আচলতে আঁহযুক্ত খাদ্য হৃদযন্ত্ৰৰ বাবে উপকাৰী, লগতে ই ৰক্তচাপ আৰু ওজন নিয়ন্ত্ৰণৰ বাবেও কাম কৰে ।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

ক’ৰ’না ভাইৰাছ মহামাৰী আৰম্ভ হোৱাৰ পৰাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, এনে পৰিস্থিতিত ড্ৰেগন ফ্ৰুট আপোনাৰ বাবে সঠিক পছন্দ বুলি প্ৰমাণিত হ’ব পাৰে । ভিটামিন চি, পটাছিয়াম, খনিজ পদাৰ্থ এই ফলত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ বহু প্ৰয়োজন পূৰণ কৰে ।

লগতে পঢ়ক: Aloe vera Benefits: এলোভেৰাই দূৰ কৰিব মুখৰ দাগ-বলিৰেখা, কেৱল ৰাতি এনেদৰে কৰক প্ৰয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.