ETV Bharat / sukhibhava

Weight Loss Tips: বিবাহৰ পূৰ্বে এনেদৰে হ্ৰাস কৰক পেটৰ চৰ্বি, বিবাহনুষ্ঠানত সকলোৰে দৃষ্টি আপোনাৰ ওপৰতে নিবদ্ধ হৈ ৰ’ব

author img

By

Published : Jul 28, 2023, 7:15 PM IST

Pre-Wedding Weight Loss: কোনেনো নিজৰ বিবাহৰ দিনটোত ফিট আৰু আকৰ্ষণীয় দেখাব নিবিচাৰে, এনে পৰিস্থিতিত বিবাহৰ দিনৰ পূৰ্বে যিমান পাৰি ওজন কমাবলৈ চেষ্টা কৰক, এই কামটো কেনেকৈ কৰিব পাৰি জানো আহক ।

Pre-Wedding Weight Loss: Melt belly fat like this before marriage, all eyes will be on the wedding ceremony
বিবাহৰ পূৰ্বে এনেদৰে হ্ৰাস কৰক পেটৰ চৰ্বি, বিবাহনুষ্ঠানত সকলোৰে দৃষ্টি আপোনাৰ ওপৰতে নিবদ্ধ হৈ ৰ’ব

বিয়াৰ বতৰ অহাৰ লগে লগে আমি বিয়াৰ অনুষ্ঠানৰ বাবে বহু প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰোঁ । যদি বিবাহ আমাৰ নিজৰ হয়, তেন্তে আমি আমাৰ সৌন্দৰ্যৰ কথা ভাবিবলৈ আৰম্ভ কৰোঁ । ল’ৰা হওক বা ছোৱালী হওক, প্ৰতিজন ব্যক্তিয়ে নিজৰ বিবাহৰ দিনটোত ফিট আৰু আকৰ্ষণীয় দেখাব বিচাৰে, এয়াই তেওঁলোকক আত্মবিশ্বাস দিয়ে আৰু ফটোখনো ভাল দেখা যায় । এইদৰে যদি আপোনাৰ বিবাহ এমাহ বা দুমাহৰ ভিতৰত হয় আৰু আপুনি শৰীৰৰ চৰ্বি কমাব বিচাৰে তেন্তে আপুনি কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

বিবাহৰ পূৰ্বে ওজন কমাব পৰা উপায়

তেলীয়া খাদ্যৰ পৰা বিৰত থাকিব লাগে

ভাৰতত তেলযুক্ত বা ভজা খাদ্য খোৱাৰ ধাৰা অতি উচ্চ, যদিও সেইবোৰ অতি সোৱাদযুক্ত, কিন্তু স্বাস্থ্যৰ বাবে একেবাৰে উপকাৰী, যদি আপুনিও তেলযুক্ত খাদ্য খোৱাৰ প্ৰতি আকৰ্ষিত, তেন্তে বিয়াৰ আগতে এইবোৰ বস্তু পৰিহাৰ কৰক সম্পূৰ্ণ ৷

সতেজ ফল-মূল খাব লাগে

ফলমূল আৰু শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী, যাৰ বাবে শৰীৰে এনে সকলো পুষ্টিকৰ উপাদান লাভ কৰে যিবোৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় । সেইবাবেই দৈনিক খাব লাগে, আপেল, কমলা, ডালিম, পালেং, বন্ধাকবি, কবি কেলৰিযুক্ত খাদ্য যিয়ে ওজন বৃদ্ধি বাধা দিয়ে ।

এই পানীয়বিধ পুৱা গ্ৰহণ কৰিব

পুৱাই ওজন কমাবলৈ আৰম্ভ কৰিব লাগিব, ইয়াৰ বাবে পুৱা এগিলাচ পানী গৰম কৰক, তাৰ পিছত এচামুচ মৌ দি তাত আধা নেমু চেপি লওক, দৈনিক এই কাম কৰিলে পেট আৰু কঁকালৰ চৰ্বি কেইদিনমানৰ ভিতৰতে কমি যাবলৈ আৰম্ভ কৰিব ৷

দৈনিক ১০ হাজাৰ খোজ কাঢ়িব লাগে

ওজন কমাবলৈ ভাল খাদ্যৰ সৈতে সঠিক ব্যায়াম কৰাটো প্ৰয়োজনীয়, এই ক্ষেত্ৰত দিনটোত কমেও ১০,০০০ খোজ কাঢ়িব লাগিব, এইটো অনুসৰণ কৰিবলৈ বজাৰত বহু ধৰণৰ স্মাৰ্ট ঘড়ী উপলব্ধ, বা মোবাইল আপুনি কৰিব পাৰে লগতে এপৰ সহায়ত আপোনাৰ খোজবোৰ গণনা কৰক ।

লগতে পঢ়ক: World Hepatitis day 2023: আজি বিশ্ব হেপাটাইটিছ দিৱস; জানো আহক ইয়াৰ প্ৰকাৰ লক্ষণ তথা প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.