ETV Bharat / sukhibhava

Kids Nutrition: এই ৬বিধ খাদ্যই বৃদ্ধি কৰিব আপোনাৰ শিশুটিৰ স্মৃতিশক্তি

author img

By

Published : Jun 3, 2023, 6:41 PM IST

শিশুৰ স্মৃতিশক্তি বৃদ্ধিৰ লগতে শৰীৰৰ সুস্থ কৰিব ৰখাত সহায় কৰিব এইসমূহ খাদ্যই । আজিয়েই আপোনাৰ শিশুটিৰ খাদ্য তালিকা অন্তৰ্ভুক্ত কৰক এই খাদ্যসমূহ ।

Must include these 6 things in your child's diet, memory power will increase
এই ৬বিধ খাদ্যই বৃদ্ধি কৰিব আপোনাৰ শিশুটিৰ স্মৃতিশক্তি

মানসিক স্বাস্থ্যৰ বিকাশ সাধনৰ বাবে শিশুৰ খাদ্যাভ্যাসৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । শিশুৰ খাদ্য তালিকাত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে যিয়ে তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি কৰে (child nutrition guidelines)। যিবোৰ বস্তুৱে তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি কৰে (Brain Boosting food)। ইয়াত এনে কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে যিসমূহ আপুনি আপোনাৰ শিশুটিৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি আপোনাৰ শিশুটিৰ মানসিক স্বাস্থ্যৰ বিকাশ সাধন কৰিব পাৰে । এই খাদ্য়সমূহ কেৱল শিশুৰ স্মৃতিশক্তি বৃদ্ধি কৰাই নহয়, বৰঞ্চ শিশুটিৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰ কঢ়িয়াই আনে (Brain Boosting food for kids)।

দৈ

ভাল বেক্টেৰিয়াৰ উপৰিও দৈত আন বহুতো পুষ্টিকৰ উপাদানও থাকে। দৈত প্ৰটিন, বি১২, জিংক আৰু চেলেনিয়াম আদি পুষ্টিকৰ উপাদান থাকে । ইয়াত পলিফিনল থাকে যিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে (Kids Nutrition)।

সেউজীয়া পাতৰ শাক-পাচলি

সেউজীয়া পাতৰ পাচলিৰ ভিতৰত পালেং, বন্ধাকবি আৰু লেটাছ আদি শাক-পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে । সেউজীয়া পাতৰ শাক-পাচলিত ভিটামিন ই, কে, ফ’লেট, কেৰটিনয়ড আৰু ফ্লেভন’ইড আদি পুষ্টিকৰ উপাদান থাকে । এই শাক-পাচলি খালে স্মৃতিশক্তি বৃদ্ধি হয় ।

দাইল আৰু বীন

দাইল আৰু বীনত জিংক, ফাইবাৰ, ফ’লেট আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে । দাইল আৰু বীনৰ এন্টিঅক্সিডেন্ট গুণ আছে । ই স্মৃতিশক্তি বৃদ্ধি কৰে ।

গোটা শস্য

গোটা শস্যৰ ভিতৰত চৰঘম, বাজৰা, ব্ৰাউন ৰাইচ, অটমিল আৰু কুঁহিয়াৰ আদি শস্যজাতীয় খাদ্য। গোটা শস্যত ভিটামিন বি প্ৰচুৰ পৰিমাণে থাকে । ই মগজুৰ শক্তি বৃদ্ধি কৰে । গোটা শস্যত ভিটামিন ই ও থাকে ।

শুকান ফল আৰু বীজ

শুকান ফল আৰু বীজো খাব পাৰে । এইবোৰত ওমেগা-৩ প্ৰচুৰ পৰিমাণে থাকে । ইয়াৰ এন্টিঅক্সিডেন্ট গুণ আছে । এইবোৰ মগজুৰ বাবে বহুত উত্তম লগতে ই স্মৃতিশক্তি বৃদ্ধিৰ কাম কৰে ।

কল

কলত প্ৰ’টিন, আইৰণ আৰু কেলচিয়াম আদি পুষ্টিকৰ উপাদান থাকে । কলে শিশুৰ স্মৃতিশক্তি বৃদ্ধি কৰে । শিশুক কলৰ স্মুদি তৈয়াৰ কৰিও দিব পাৰে ।

লগতে পঢ়ক: Fitkiri Benefits: ফিটকিৰিৰ চমৎকাৰী তথা লাভদায়ক উপায়ে দূৰ কৰিব আপোনাৰ সকলো সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.