ETV Bharat / sukhibhava

Kiara Advani's fitness: কিদৰে নিজকে এটি আকৰ্ষণীয় শৰীৰৰ গৰাকী কৰি ৰাখিছে কিয়াৰা আদৱানীয়ে

author img

By

Published : Feb 8, 2023, 5:20 PM IST

সিদ্ধাৰ্থ মালহোত্ৰাৰ অৰ্ধাংগিনী কিয়াৰা আদৱানীয়ে নিজকে ফিট কৰি ৰাখিবলৈ কেৱল ৱৰ্কআউট আৰু ডায়েটৰ ওপৰত গুৰুত্ব দিয়াই নহয়, ফিটনেছ ৰুটিনত নৃত্য, কিক বক্সিং আদিও অন্তৰ্ভুক্ত কৰিছে । জানক কিদৰে নিজকে ফিট ৰাখে কিয়াৰাই ৷

Kiara Advani's fitness Funda follows strict diet for perfect body workout routine is special
কিদৰে নিজকে এটি আকৰ্ষণীয় শৰীৰৰ গৰাকী কৰি ৰাখিছে কিয়াৰা আদৱানীয়ে

অৱশেষত ৭ ফেব্ৰুৱাৰীৰ দিনা অগ্নিক সাক্ষী কৰি সাত জনমৰ বাবে এক হৈ পৰিল কিয়াৰা-সিদ্ধাৰ্থ(Kiara Advani Sidharth Malhotra Marriage) ৷ ইজনে সিজনৰ লগত ডেটিং কৰি বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা বিবাহপাশত আৱদ্ধ হয় । ৰাজস্থানৰ জয়সালমেৰত দুয়োজনে ৰাজকীয় শৈলীত বিবাহৰ বান্ধোনত বান্ধ খায় ।

সিদ্ধাৰ্থক যিমান ফিট আৰু হেণ্ডছাম দেখা যায়, কিয়াৰা আদৱানীৰ লুক আৰু ফিটনেছৰ বিষয়েও বলীউড আৰু অনুৰাগীৰ মাজত চৰ্চিত । কিয়াৰাক শাৰী আৰু লেহেংগাত যিমান ধুনীয়া দেখা যায়, পশ্চিমীয়া সাজ-পোছাকতো তেওঁ নিজৰ সৌন্দৰ্যতা বিয়পাই দিয়ে । এনে পৰিস্থিতিত যদি আপুনিও শীঘ্ৰে কইনা হ’বলৈ গৈ আছে আৰু কিয়াৰাৰ ফিটনেছ ছিক্ৰেট জানিব বিচাৰে তেন্তে আমি আপোনাক জনাম তেওঁৰ ফিটনেছ ছিক্ৰেট ।

Weight Training গ্ৰহণ কৰক

কিয়াৰাই Weight Trainingৰ সময়ত প্ৰায়ে নিজৰ ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰে । ওজন প্ৰশিক্ষণৰ সহায়ত তেওঁ নিজৰ ওজন বজাই ৰাখে । ইয়াৰ ফলত শৰীৰৰ পৰা কাৰ্ব আৰু চৰ্বি কমোৱাত সহায় কৰে । ইয়াৰ বাবে তেওঁৰ পেশীবোৰো টোন হৈ থাকে ।

নৃত্য কৰে

নিজকে ফিট কৰি ৰাখিবলৈ কিয়াৰাই নিশ্চিতভাৱে ৰাতিপুৱা আৰু গধূলি কেইঘণ্টামান নৃত্যৰ আখৰা কৰে । উল্লেখ্য যে, নৃত্য শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু নিয়মীয়া অনুশীলনে পেশীৰ লগতে কেলৰি বাৰ্ন কৰে আৰু মানসিক চাপৰ পৰাও উপশম দিয়ে ।

Core Muscles বাবে Pullups কৰে কিয়াৰাই

কিয়াৰা আদৱানীয়ে নিজৰ মূল পেশীবোৰ শক্তিশালী কৰিবলৈ পুল আপ ব্যায়ামৰ আশ্ৰয় লয়। পুল আপ কৰিলে শৰীৰৰ পেশীবোৰ শক্তিশালী হৈ থাকে আৰু কেলৰিও যথেষ্ট পৰিমাণে বাৰ্ন কৰে ।

দিনটো লেমনেড বা নেমু চৰবতৰ সৈতে আৰম্ভ কৰক

কিয়াৰাই এক সাক্ষাৎকাৰত কয় যে ৰাতিপুৱা ব্যায়াম কৰাৰ পিছত তেওঁ নেমুৰ পানী খায়, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে ।

ঘৰতে ৰন্ধা খাদ্য খাব

কিয়াৰা আদৱানীয়ে ঘৰৰ খাদ্য ভাল পায় আৰু ব্ৰেকফাষ্টৰ পৰা ৰাতিৰ আহাৰলৈকে ঘৰতে ৰন্ধা খাদ্য গ্ৰহণ কৰে । জনাই দিও যে তেওঁ সাগৰীয় খাদ্য বৰ ভাল পায় আৰু অভিনেত্ৰীগৰাকীয়ে দুপৰীয়া বা ৰাতিৰ আহাৰত মাছ, মিচা মাছ আদি খাই ভাল পায় ।

সাঁতুৰি ভাল পায় কিয়াৰাই

কিয়াৰাই সাঁতুৰি খুবেই ভাল পায় । এই জানিবলগীয়া যে সাঁতোৰ এটা সম্পূৰ্ণ ব্যায়াম, যিটো আপোনাৰ সম্পূৰ্ণ শৰীৰৰ বাবে অতি উপকাৰী । সাঁতুৰি থাকোঁতে প্ৰায়ে তেওঁ ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে । সিদ্ধাৰ্থ মালহোত্ৰাৰ নতুন কইনা কিয়াৰা আদৱানীয়ে নিজকে ফিট কৰি ৰাখিবলৈ কেৱল ৱৰ্কআউট আৰু ডায়েটৰ ওপৰত গুৰুত্ব দিয়াই নহয়, ফিটনেছ ৰুটিনত নৃত্য, কিক বক্সিঙৰ দৰে আদিও অন্তৰ্ভুক্ত কৰিছে । জানক কিদৰে নিজকে ফিট ৰাখে কিয়াৰাই ৷

লগতে পঢ়ক: Sid Kiara wedding: কিয়াৰাই পৰিধান কৰা কালীৰাৰ ওপৰতে চকু পৰিল সকলোৰে, কিন্তু কিয় জানো আহকচোন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.