ETV Bharat / sukhibhava

চিয়া বীজ মিহলোৱা পানীত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি জ্ঞাতনে ?

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:46 PM IST

Chia Seeds Water Health Benefits: চিয়া বীজৰ পানীত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় যি আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক । চিয়া বীজৰ পানী খোৱাৰ উপকাৰিতা জানো আহক-

Include chia seeds water in your diet, you will get huge benefits
চিয়া বীজ মিহলোৱা পানীত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি জ্ঞাত নে ?

শৰীৰটো ফিট কৰি ৰাখিবলৈ আমি ভাল খাদ্য গ্ৰহণ কৰাৰ লগতে এটা ভাল জীৱনশৈলীও অনুসৰণ কৰাটো খুবেই দৰকাৰী ৷ ফল-মূল আৰু শাক-পাচলি খাই নিজকে সুস্থ কৰি ৰাখিব পৰা যায় ৷ ফল-মূল আৰু শাক-পাচলিৰ উপৰিও কিছুমান বীজ আছে যিসমূহ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী ৷ চিয়া বীজো ইয়াৰে ভিতৰত অন্যতম ৷ ইয়াত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, আঁহ, শক্তি, আইৰণ, কেলচিয়াম, মেগনেছিয়াম, ছডিয়াম, পটাছিয়াম, মেংগানিজ, চেলেনিয়াম, ভিটামিন এ, বি১, বি২, বি৩, বি৯, চি, ই আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷

  • চিয়া বীজ মিহলোৱা পানী

চিয়া বীজ মিহলোৱা পানীয়ে বহুতো স্বাস্থ্য উপকাৰিতা সাধন কৰে ৷ খালী পেটত চিয়া বীজ মিহলোৱা পানী খাব পাৰে ৷ ইয়াত বহুতো এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদান পোৱা যায় যিবোৰ শৰীৰৰ বাবে যথেষ্ট লাভদায়ক ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে চিয়া বীজ মিহলোৱা পানী খোৱাৰ উপকাৰিতা জানো আহক-

  • সুস্থ পাচনতন্ত্ৰৰ বাবে

চিয়া বীজত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ সেয়ে প্ৰতিদিনে পুৱা চিয়া বীজ মিহলোৱা পানী খালে হজম শক্তি উন্নত হয় আৰু পেটৰ সৈতে জড়িত কোষ্ঠকাঠিন্য আৰু বদহজম আদি ৰোগ নিৰাময় হয় ৷

  • ডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব

এনে পুষ্টি আৰু যৌগ চিয়া বীজত পোৱা যায় যিয়ে শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ যদি আপুনিও চেনি ৰোগী তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্যত চিয়া বীজ মিহলোৱা পানী অন্তৰ্ভুক্ত কৰক ৷

  • বি পি নিয়ন্ত্ৰণত আছে

চিয়া বীজত বহুতো এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ উচ্চ ৰক্তচাপ থকা লোকে চিয়া বীজ মিহলোৱা পানী সেৱন কৰিব লাগে ৷

  • হাড়বোৰ শক্তিশালী হৈ থাকে

হাড়ৰ বাবে প্ৰয়োজনীয় পুষ্টি যেনে কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ চিয়া বীজত পোৱা যায় ৷ যদি আপোনাৰো হাড় দুৰ্বল বা হাড়ৰ লগত জড়িত ৰোগ আছে তেন্তে প্ৰতিদিনে খালী পেটত চিয়া বীজ মিহলোৱা পানী খাবলৈ আৰম্ভ কৰক ৷

লগতে পঢ়ক: Chia seeds: গাখীৰতকৈও পাঁচগুণ অধিক কেলছিয়ামেৰে সমৃদ্ধ চিয়া বীজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.