বহু সময়ত পেট আৰু শৰীৰৰ অন্যান্য অংশত ষ্ট্ৰেচ মাৰ্ক দেখা দিয়ে । গৰ্ভাৱস্থাৰ সময়ত বা পিছত এই সমস্যাই দেখা দিয়ে(stretch marks fast after pregnancy)। দৰাচলতে গৰ্ভাৱস্থাত শৰীৰৰ ওজন বৃদ্ধি পোৱা আৰু তাৰ পিছত যেতিয়া কমিবলৈ আৰম্ভ কৰে, এই কাৰণেই ছালত ষ্ট্ৰেচ মাৰ্ক হ’বলৈ আৰম্ভ কৰে(Stretch Marks Remedies)। কিছুমান সহজ প্ৰতিকাৰৰ সহায়ত ঘৰতে থাকিও এই ষ্ট্ৰেচ মাৰ্কবোৰ আঁতৰাই পেলাব পাৰি(how to remove stretch marks permanently at home)।
যদি ছালত ষ্ট্ৰেচ মাৰ্ক থাকে, তেন্তে ই সমগ্ৰ শৰীৰৰ লুক নষ্ট কৰিব পাৰে(how to remove old stretch marks) । ষ্ট্ৰেচ মাৰ্ক আঁতৰোৱাটো সহজ নহয় যদিও ঘৰুৱা উপায়ৰ জৰিয়তে বহু পৰিমাণে ইয়াক দূৰ কৰিব পাৰে(Home Remedies Remove Stretch Marks)। জানি লওক এই ঘৰুৱা পদ্ধতিসমূহ...
![How to Get Rid of Stretch Marks these home remedies can help you to get rid of Stretch marks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17240434_edf.jpg)
এলোভেৰা: ই আমাৰ ছালৰ যত্ন লোৱাৰ বাবে এক প্ৰাকৃতিক ঔষধ, য’ত পুষ্টি আৰু আৰ্দ্ৰতা ধৰি ৰখা দুয়োটা উপাদানেৰে পৰিপূৰ্ণ হৈ থাকে । ইয়াৰ এন্টিঅক্সিডেন্টে ষ্ট্ৰেচ মাৰ্ক কম কৰাক সহায় কৰিব পাৰে(how to get rid of stretch marks fast with Aloevera)। মাত্ৰ দৈনিক ষ্ট্ৰেচ মাৰ্কত এলোভেৰাৰে মালিচ কৰি তাৰ পিছত কুহুমীয়া পানীৰে পৰিষ্কাৰ কৰিব ল'ব(Remove Stretch Marks) ।
![How to Get Rid of Stretch Marks these home remedies can help you to get rid of Stretch marks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17240434_fes.jpg)
ক’ক’ বাটাৰ: ক’ক’ বিনৰ পৰা তৈয়াৰী ক’ক’ বাটাৰেও ষ্ট্ৰেচ মাৰ্ক নাইকিয়া কৰিব পাৰে । মাত্ৰ মৌ মিহলি কৰা এই গুড়িটো ছালত লগাব লাগিব আৰু তাৰ পিছত কুহুমীয়া পানীৰে পৰিষ্কাৰ কৰিব লাগিব(Healthy Skin Care Tips) ।
![How to Get Rid of Stretch Marks these home remedies can help you to get rid of Stretch marks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17240434_qe.jpg)
চেনি বা চুগাৰ স্ক্ৰাব: আপুনি জানেনে যে, চেনিতো কিছুমান এনে উপাদান পোৱা যায়, যিসমূহে ষ্ট্ৰেচ মাৰ্ক বহু পৰিমাণে আঁতৰাব পাৰে । ইয়াৰ বাবে চেনিৰ গুড়িত নেমুৰ ৰস মিহলাই মালিচ কৰি ধুই লওক । পৰিষ্কাৰ কৰাৰ পিছত ছালত নাৰিকল তেল লগাবলৈ নাপাহৰিব ।
![How to Get Rid of Stretch Marks these home remedies can help you to get rid of Stretch marks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17240434_wfwe.jpg)
নাৰিকল তেল: নাৰিকল তেল ছালৰ যত্নৰ বাবেও উত্তম উপায়, যিয়ে কেৱল ষ্ট্ৰেচ মাৰ্কেই নহয়, টেনিঙো আঁতৰাব পাৰে । আপোনাৰ শৰীৰৰ যি অংশত ষ্ট্ৰেচ মাৰ্কৰ চিন থাকে তাত নাৰিকল ভাৰ্জিন অইল প্ৰয়োগ কৰিব পাৰে ।