ETV Bharat / sukhibhava

Brown Rice Benefits: কেন্সাৰ প্ৰতিৰোধৰ পৰা আৰম্ভ কৰি ব্লাড চুগাৰলৈকে ৰঙা চাউলৰ আছে অনেক উপকাৰিতা - ৰোগ প্ৰতিৰোধ ক্ষমতা

বৰ্তমান সময়ত মানুহৰ মাজত ৰঙা চাউল খোৱাৰ অভ্যাস দিনক দিনক গঢ়ি উঠিছে । এই চাউলৰ আছে অনেক উপকাৰিতা যাৰ বিষয়ে হয়তো বহু কম সংখ্যক লোকহে জ্ঞাত ৷ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ব্ৰাউন ৰাইচৰ এই আচৰিত উপকাৰিতাসমূহ...

From preventing cancer to controlling blood sugar brown rice has amazing benefits
কেন্সাৰ প্ৰতিৰোধৰ পৰা আৰম্ভ কৰি ব্লাড চুগাৰলৈকে ব্ৰাউন ৰাইচৰ আছে অনেক উপকাৰিতা
author img

By

Published : Feb 22, 2023, 6:20 PM IST

সুস্থ হৈ থাকিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাটো অতি প্ৰয়োজনীয় । আমি প্ৰতিদিনে আমাৰ খাদ্য তালিকাত এনে বহু শস্য অন্তৰ্ভুক্ত কৰোঁ, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী । এনে শস্যৰ ভিতৰত ভাত অন্যতম(Is brown rice good for weight loss?)। আমাৰ বহুতেই ভাত খাবলৈ বৰ ভাল পায়(What are the disadvantages of brown rice?)। এই কাৰণেই চাউল আমাৰ খাদ্যাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংগ । সমগ্ৰ দেশতে ইয়াক অতি উৎসাহেৰে খোৱা হয় যদিও কিছুদিনৰ পৰা ৰঙা চাউলৰ প্ৰৱণতা ৰাইজৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে (Is brown rice healthier than white rice)। আজিকালি সাধাৰণ চাউলৰ তুলনাত ৰঙা চাউল খাবলৈ মানুহে বৰ ভাল পায় (Can brown rice be eaten daily?)। যদি আপুনিও এনে লোকৰ ভিতৰত এজন, তেন্তে আজি আমি আপোনাক জনাম ৰঙা চাউলৰ কিছুমান আচৰিত উপকাৰিতাৰ বিষয়ে-

তেজত থকা চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা

যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী, তেন্তে ৰঙা চাউল গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী । ইয়াৰ দ্বাৰা আপোনাৰ টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত বহু সহায় হয় । ইয়াৰ লগতে ইয়াৰ ব্যৱহাৰৰ দ্বাৰাও তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি । এই কাৰণেই ডায়েবেটিছ ৰোগীক ৰঙা চাউল খাবলৈ পৰামৰ্শ দিয়া হয় ।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

ৰঙা চাউল খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় । ইয়াত থকা বহুতো ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টি-অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । গতিকে যদি আপুনিও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি ৰঙা চাউল খাব গ্ৰহণ কৰিব পাৰে ।

ওজন হ্ৰাস কৰাত ফলপ্ৰসূ

প্ৰায়ে ওজন কম কৰিবলৈ মানুহে প্ৰথমে ভাতৰ পৰা আঁতৰি থাকে (brown rice benefits weight loss)। কিন্তু আপুনি জানেনে যে ৰঙা চাউলে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে ? ইয়াত থকা আঁহ আৰু ভিটামিনে ওজন কমোৱাত সহায় কৰে । যদি আপুনিও ওজন কমাব বিচাৰে, তেন্তে ৰঙা চাউল খোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব ।

কলেষ্টেৰলৰ বাবে উপকাৰী

যদি আপুনি কলেষ্টেৰলৰ সমস্যাত ভুগিছে, তেন্তে ইয়াৰ বাবেও ৰঙা চাউল অতি উপযোগী হ’ব পাৰে । দৰাচলতে ইয়াত থকা আঁহবোৰে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে ।

লগতে পঢ়ক: Khichdi For Weight Loss: এই 5বিধ খিচিৰিয়ে দ্ৰুতগতিত হ্ৰাস কৰিব আপোনাৰ ওজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.