ETV Bharat / sukhibhava

Side Effects of Banana: কল কল...খালে গাত হয় হাতীৰ সমান বল, সেই বুলিয়েই নাখাব মাত্ৰাধিক কল

কল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াক খালে বহু স্বাস্থ্য উপকাৰিতা পোৱা যায় । কিন্তু আপুনি জানেনে যে কিছুমান মানুহৰ বাবে কল খোৱাটোও ক্ষতিকাৰক হ’ব পাৰে যদি নাজানে তেন্তে ইয়াৰ ফলত হোৱা অপকাৰিতাসমূহৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক...

author img

By

Published : Feb 15, 2023, 12:25 PM IST

From Migraine to Diabetes do not consume banana in these problems even by mistake
কল কল...খালে গাত হয় হাতীৰ সমান বল সেইবুলিয়েই নাখাব মাত্ৰাধিক কল

কল এনে এবিধ ফল যাক বহুলোকে খাবলৈ ভাল পায়(Side Effects of Banana)। ইয়াক খালে আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰিতা পোৱা যায় । এইটো এনে এবিধ ফল, যিটো সকলো ঠাইতে সহজে পোৱা যায় । ইয়াত থকা পুষ্টিকৰ উপাদানে আমাক বহু সমস্যাৰ পৰা ৰক্ষা কৰে, কিন্তু আপুনি জানেনে যে স্বাস্থ্যৰ বাবে উপকাৰী কল আমাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক বুলিও প্ৰমাণিত হ’ব পাৰে । দৰাচলতে কল খোৱাৰ ফলত শৰীৰে যিমানেই উপকাৰ লাভ কৰে সিমানেই ইয়াৰ অপকাৰিতাও আছে(Who should not eat banana?) । যদি আপুনিও এই অপকাৰিতাবোৰ নাজানি অবিৰতভাৱে কল খাই আছে, তেন্তে ইয়াৰ ফলত হোৱা কিছুমান অসুবিধাৰ বিষয়ে আমি আপোনাক ক’ম-

ওজন বৃদ্ধি

সাধাৰণতে কম ওজন থকা লোকৰ বাবে কল ব্যৱহাৰ কৰাটো বাঞ্ছনীয় । আচলতে কলত থকা আঁহ, প্ৰাকৃতিক চেনি আৰু কেলৰিৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়(weight gain)। এনে পৰিস্থিতিত ইয়াৰ অত্যধিক সেৱনে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কলৰ পৰা আঁতৰি থকাটোৱেই ভাল হ’ব(Can eating a banana give you a headache?)।

ডায়েবিটিছ

যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে কল সেৱন আপোনাৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে(Diabetes)। আচলতে কলত থকা প্ৰাকৃতিক চেনিয়ে শৰীৰত তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে(Is banana harmful for diabetes?)। এনে পৰিস্থিতিত যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে কল সেৱন নকৰাটোৱেই ভাল ।

হাঁপানী

হাঁপানী ৰোগীৰ বাবেও কল অতি ক্ষতিকাৰক(asthma)। আচলতে হাঁপানী ৰোগীৰ ক্ষেত্ৰত কল খালে ইয়াৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে । গতিকে যদি আপুনি হাঁপানী ৰোগী তেন্তে ইয়াক সেৱন নকৰিবলৈ চেষ্টা কৰক ।

মাইগ্ৰেইন

মাইগ্ৰেইনৰ সমস্যা থাকিলেও কল খাব নালাগে(migraine)। দৰাচলতে ইয়াত থকা এমিনো এচিড হ’ল টাইৰ’চিন, যিটো শৰীৰত টাইৰামাইনলৈ ৰূপান্তৰিত হয় । ইয়াৰ বাবেই আপোনাৰ মাইগ্ৰেইন ট্ৰিগাৰ হ’ব পাৰে ।

এলাৰ্জী

বহু লোকৰ কল খোৱাৰ ফলত এলাৰ্জীও হ’ব পাৰে । যদি আপুনি কল খাই টেমুনা আৰু এলাৰ্জীৰ সমস্যাত ভুগিছে, তেন্তে ইয়াক সেৱন নকৰাটোৱেই ভাল, কাৰণ এলাৰ্জীৰ বাবে আপোনাৰ এই সমস্যা হ’ব পাৰে(Allergies)।

লগতে পঢ়ক: Jaggery & ginger in Cough Cold: বতৰৰ পৰিবৰ্তনৰ লগে লগে স্বাস্থ্যৰ অৱনতি ঘটিছে নেকি ? তেন্তে গুড়-আদাই দিব আপোনাক সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.