ETV Bharat / sukhibhava

Iron deficiency: এইসমূহ লক্ষণ দেখিলে ভুলতো নকৰিব আওকাণ, হ'ব পাৰে আইৰনৰ অভাৱ

শৰীৰত আইৰনৰ অভাৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে । আইৰনৰ অভাৱত শৰীৰত নানান ৰোগে দেখা দিব পাৰে ৷ আইৰনৰ অভাৱত কোনবোৰ লক্ষণ দেখা দিয়ে জানো আহক ।

author img

By

Published : Nov 30, 2022, 7:09 PM IST

Do not ignore iron deficiency these symptoms may appear
যদি দেখা দিয়ে এইসমূহ লক্ষণ তেন্তে ভুলটো নকৰিব আওকাণ, হ'ব পাৰে আইৰণৰ অভাৱ

আন পুষ্টিকৰ উপাদানৰ দৰে আমাৰ শৰীৰৰ বাবেও আইৰন অতি গুৰুত্বপূৰ্ণ । পৰ্যাপ্ত পৰিমাণৰ আইৰন পাবলৈ খাদ্য তালিকাত বহু ধৰণৰ খাদ্যও অন্তৰ্ভুক্ত কৰিব পাৰে । ইয়াৰ ভিতৰত বিট, পিষ্টা, ডালিম, আপেল আৰু পালেং আদি খাদ্যও অন্তৰ্ভুক্ত । এই খাদ্যসমূহে আপোনাৰ স্বাস্থ্যৰ বাবে আন ধৰণৰ স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে । আইৰনৰ অভাৱত শৰীৰত ৰক্তহীনতা হয়(how to increase hemoglobin) । আইৰনৰ অভাৱত বহুতো লক্ষণ দেখা যায়(iron deficiency anemia)। আহকচোন জানো আইৰনৰ অভাৱৰ কি কি লক্ষণ দিব পাৰে যিসমূহ আমি আওকাণ কৰা উচিত নহয়-

জিভা হালধীয়া হোৱা

শৰীৰত তেজৰ অভাৱত জিভাত হালধীয়া ৰং দেখা দিয়ে(iron deficiency symptoms) । ইয়াৰ বাহিৰেও আপোনাৰ চকুত আৰু মুখত হালধীয়া হোৱা দেখা যায় । চিকিৎসকৰ মতে, শৰীৰত তেজৰ অভাৱ হ’লে ছাল হালধীয়া হৈ পৰে । এয়াও ৰক্তহীনতাৰ এক লক্ষণ ।

ভংগুৰ নখ

শৰীৰত তেজৰ অভাৱৰ প্ৰভাৱ আপোনাৰ নখতো দেখা যায়(iron deficiency causes) । আইৰনৰ অভাৱৰ বাবে আপোনাৰ নখ ভংগুৰ হৈ পৰে । আপোনাৰ নখবোৰ সোনকালে ভাঙিবলৈ আৰম্ভ কৰে ।

মূৰৰ বিষ

আইৰনৰ অভাৱৰ বাবে মূৰৰ বিষ আৰু মূৰ ঘূৰোৱাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । হিম’গ্লবিনৰ অভাৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মগজুলৈ নাযায় । ইয়াৰ বাবেই ৰক্তবাহী নলীবোৰ ফুলি উঠে । এইদৰে মূৰৰ বিষ আৰম্ভ হয় আৰু মূৰ ঘূৰোৱা আৰম্ভ হয় ।

উশাহ লোৱাত কষ্ট পোৱা

ইয়াৰে এটা লক্ষণ হ’ল উশাহ লোৱাত কষ্ট । আইৰণৰ অভাৱৰ বাবে উশাহ-নিশাহ লোৱাতো অসুবিধাৰ সৃষ্টি হয় ।

ভৰিৰ লৰচৰ কৰা

শৰীৰত আইৰনৰ অভাৱৰ বাবে ৰেষ্টলেছ লেগ চিনড্ৰমৰো সম্ভাৱনা থাকে । এই সময়ত জিৰণি লোৱাৰ সময়তো মানুহৰ ভৰি দুখন লৰচৰ কৰা দেখা যায় ।

ডিপ্ৰেচন

সাধাৰণতে শৰীৰত আইৰনৰ অভাৱত অতি হতাশ অনুভৱ কৰা দেখা যায় । এই সময়ত মানুহ সদায় দুখী হৈ থাকে । ইয়াৰ বাহিৰেও হতাশাৰ লক্ষণ অনুভৱ কৰে । এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী । ইয়াৰ বাহিৰেও স্বাস্থ্যসন্মত খাদ্যৰ জৰিয়তে আপুনি আইৰনৰ অভাৱ পূৰণ কৰিব পাৰে ।

লগতে পঢ়ক: Zombie virus: বিজ্ঞানীয়ে সম্ভেদ পোৱা জম্বি ভাইৰাছ কিমান মাৰাত্মক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.