ETV Bharat / sukhibhava

Diwali Puja 2022: দীপাৱলীৰ দিনা ৰাশি অনুযায়ী এনেদৰে পূজা কৰিলে লাভ কৰিব মা লক্ষ্মীৰ আশীৰ্বাদ - Diwali subh muhurat

দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰা হয় । দীপাৱলীৰ বিশেষ দিনটোত ৰাশিফল ​​অনুসৰি দেৱী লক্ষ্মীক পূজা কৰি সকলো কামনা পূৰণ কৰিব পাৰি । তেন্তে জানো আহক কোনটো ৰাশিৰ লোকে কিদৰে লক্ষ্মী দেৱীৰ পূজা কৰিব লাগে ৷

diwali-puja-according-to-zodiac-sings
দীপাৱলীৰ দিনা ৰাশি অনুযায়ী এনেদৰে পূজা কৰিলে লাভ কৰিব মা লক্ষ্মীৰ আশীৰ্বাদ
author img

By

Published : Oct 23, 2022, 11:57 AM IST

Updated : Oct 23, 2022, 2:26 PM IST

দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰা হয় । লক্ষ্মীক ৰাশি অনুযায়ী পূজা কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়(Diwali 2022)।

হিন্দু ধৰ্মৰ সকলো উৎসৱৰ ভিতৰত দীপাৱলী উৎসৱ হৈছে অন্যতম(Diwali puja timing) ৷ সমগ্ৰ দেশতে পোহৰৰ এই উৎসৱ অতি উল্লাসেৰে উৎযাপন কৰা হয় । দীপাৱলীৰ এই পাঁচটা দিনত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ বিশেষ পূজা কৰা হয়(Diwali customs and traditions) । দীপাৱলীৰ দিনা দেৱী লক্ষ্মী ঘৰে ঘৰে আহে বুলি বিশ্বাস কৰা হয়(Diwali subh muhurat) ।

দীপাৱলীত দেৱী লক্ষ্মীক আদৰিবলৈ বিভিন্ন ৰং ব্যৱহাৰ কৰি ঘৰৰ বাহিৰত ৰংগোলী বনোৱা হয়(Diwali Puja 2022) । দীপাৱলীৰ দিনা গ্ৰহণ কৰা কিছুমান পদ্ধতি অতি সফল বুলি ধাৰণা কৰা হয় । দীপাৱলীৰ বিশেষ দিনটোত ৰাশিফল ​​অনুসৰি দেৱী লক্ষ্মীক পূজা কৰি সকলো কামনা পূৰণ কৰিব পাৰি(Diwali Puja According To Zodiac Sings) । তেন্তে জানো আহক কোনটো ৰাশিৰ লোকে কিদৰে লক্ষ্মী দেৱীৰ পূজা কৰিব লাগে ৷

diwali-puja-according-to-zodiac-sings
দীপাৱলীৰ দিনা ৰাশি অনুযায়ী এনেদৰে পূজা কৰিলে লাভ কৰিব মা লক্ষ্মীৰ আশীৰ্বাদ

ৰাশি অনুসৰি দেৱী লক্ষ্মীক পূজা কৰক

মেষ ৰাশি: মংগল হৈছে মেষ ৰাশিৰ গুৰু । যদি এই ৰাশিৰ লোকসকলে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে তেন্তে দেৱী লক্ষ্মীক পূজাত ৰঙা ফুল আগবঢ়াওক । ইয়াৰ লগতে পূজা-অৰ্চনাত লক্ষ্মী স্তোত্ৰ পাঠ কৰক । সমান্তৰালকৈ হনুমান পূজা কৰাতোও আপোনালোকৰ বাবে অতি উত্তম হ’ব ।

বৃষ ৰাশি: এই ৰাশিৰ গুৰু হৈছে শুক্ৰ । এই ৰাশিৰ লোকসকলে লক্ষ্মী দেৱীক পূজা কৰি পূৰ্ণ বিধিৰে মন্ত্ৰ জপ কৰিব লাগে । পূজা কৰাৰ পিছত ওমঃ মহালক্ষ্ম্যই নমঃ
মন্ত্ৰ জপ কৰিব লাগে ।

মিথুন: মিথুন ৰাশিৰ অধিপতি হৈছে বুধ । এই ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা দেৱী লক্ষ্মী আৰু গণেশক যথাযথভাৱে পূজা কৰি মোদকক প্ৰসাদ হিচাপে আগবঢ়াব লাগে । ইয়াৰ পৰা আপুনি ধন লাভ কৰিব ।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোত চন্দ্ৰই আধিপত্য বিৰাজ কৰে । এই ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা লক্ষ্মী পূজাথ পদুম ফুল আগবঢ়াব লাগে । ইয়াৰ ফলত সকলো কামতে আপুনি সফলতা লাভ কৰিব ।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক জাতিকাসকলে দীপাৱলীৰ দিনা মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ পদুম ফুল আৰু পায়স আগবঢ়াব লাগে । ইয়াৰ দ্বাৰা আপুনি লাভ কৰিব মা লক্ষ্মীৰ আশীৰ্বাদ ।

তুলা ৰাশি: এই ৰাশিৰ লোকসকলৰ গুৰু হৈছে শুক্ৰ । এই ৰাশিৰ লোকসকলে দেৱী লক্ষ্মীক ৰঙা ৰঙৰ বস্ত্ৰ আগবঢ়াব লাগে আৰু লগতে ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে । এনে কৰিলে বিবাহিত জীৱন সুস্থ হৈ উঠে ।

বৃশ্চিক ৰাশি: মংগল হৈছে বৃশ্চিক ৰাশিৰ গুৰু । এই ৰাশিৰ লোকসকলে লক্ষ্মী পূজাৰ দিনা দেৱীক ৰঙা সেন্দুৰ উৎসৰ্গা কৰিব লাগে । ইয়াৰ ফলত জীৱনত সুখ আৰু সমৃদ্ধি আহে বুলি গন্য কৰা হয় ।

ধনু ৰাশি: বৃহস্পতি ধনু ৰাশিৰ গুৰু । এনে অৱস্থাত দেৱালীৰ নিশা দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বগা পদুম ফুল আগবঢ়াব লাগে । ইয়াৰ ফলত ধন লাভ হয় ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ গুৰু হৈছে শনি দেৱ । গতিকে এই ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা তেলৰ চাকি জ্বলাই শনি দেৱক সন্তুষ্ট কৰিব লাগে । ইয়াৰ ফলত জীৱনত সৌভাগ্য আৰু সফলতা আহে ।

কুম্ভ: কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দীপাৱলীৰ দিনা দেৱী লক্ষ্মীক ৰূপৰ দৰে বগা ধাতুৰ বস্তু আগবঢ়াব লাগে । ইয়াৰ ফলত জীৱনত অনুকূল পৰিৱৰ্তন আহে ।

মীন ৰাশি: মীন ৰাশিৰ জাতক জাতিকা গুৰু হৈছে বৃহস্পতি । সেইবাবেই দীপাৱলীৰ দিনা দেৱী লক্ষ্মীক ৰঙা ৰঙৰ চুনাৰী আগবঢ়াব লাগে । ইয়াৰ ফলত বৈবাহিক জীৱন সুখময় হয় ।

লগতে পঢ়ক: Narak Chaturdashi 2022: ভগৱান শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্ক কি সম্পৰ্ক নৰক চতুৰ্দশীৰ!

Last Updated : Oct 23, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.