ETV Bharat / sukhibhava

Daily Horoscope For 9th August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল..

Daily Horoscope For 9th August 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Aug 9, 2023, 12:07 AM IST

মেষ ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে উত্‍সাহ আৰু উদ্দীপনা লাভ কৰিব ৷ মানসিক আৰু শাৰীৰিক স্থিতি সৰ্বোত্তম হৈ থকাৰ বাবে উত্‍সাহিত আৰু শক্তিপূৰ্ণ অনুভৱ কৰিব ৷ কোনো বন্ধুৰ দ্বাৰা আয়োজিত আনন্দ উত্‍সৱলৈ নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনা আছে ৷ অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ পৰা বিৰত থাকক, স্বাস্থ্যত বিৰোপ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ আশাবাদী হৈ থাকিব যদিও সমস্যাৰ সন্মুখীন হ’ব, মেষ ৰাশিৰ লোকৰ বাবে এটা সাধাৰণ দিন ৷

বৃষ ৰাশি: মতামত বিনিময়ৰ মনোভাৱেৰে থাকিব ৷ ঘৰত কথা-বতৰাসমূহ সহজে চলিবলৈ দিব ৷ ঘৰ সজোৱা তথা সলনি কৰাটোত আপোনাৰ অগ্ৰাধিকাৰ থাকিব ৷ আপোনাৰ মাতৃ আৰু সহকৰ্মীসকলৰ লগত সম্পৰ্ক অতি উন্নত হ’ব ৷ সন্ধ্যা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ নতুন মানুহৰ লগত পৰিচিত হ’ব যি আগলৈ আপোনাক উপকাৰ কৰিব ৷ সন্তানৰ লগতো সম্পৰ্ক বন্ধুৰ দৰে হ’ব ৷

মিথুন ৰাশি: ব্যক্তিগত আৰু ব্যৱসায়িকৰূপত বহুত সুযোগ-সুবিধা লাভ কৰিব ৷ দীঘলীয়া বৌদ্ধিক আলোচনাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি, সুখী আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ কামৰ হেঁচা বৃদ্ধি পোৱাৰ হোৱা সম্ভাৱনা আছে ৷ সন্ধ্যালৈকে সকলো সুচাৰুৰূপে পৰিচালিত হ’ব ৷ বন্ধুবৰ্গক লগ কৰি বা কথা পাতি চাপমুক্ত অনুভৱ কৰিব ৷ মানবীয় প্ৰবৃত্তিৰ বাবে সক্ৰিয়ভাৱে সামাজিক কামত লিপ্ত হ’ব ৷

কৰ্কট ৰাশি: নিৰপেক্ষ হৈ থাকিব আৰু নিজৰ দৃষ্টিভংগী মানি চলিব ৷ তথাপিও, নিজৰ মনৰ মতেহে কাম কৰিব পাৰে ৷ এটা অপ্ৰত্যাশিত কাম হাতত লোৱাৰ সম্ভাৱনা আছে, যদিও কামটো ঠিক মতে নোহোৱাৰ অনুভৱও কৰিব ৷ সন্ধ্যা সময়লৈ, আপোনাৰ জ্যেষ্ঠসকল, আপোনাৰ বাবে চিন্তাম্বিত হ’ব পাৰে ৷ ৰাতিপুৱাৰ সময় অলপ লাহে লাহে যাব, কিন্তু দিনটোৰ পিছৰ ভাগত আপুনি উত্‍সাহী অনুভৱ কৰিব ৷ ঘৰটো নতুনৰূপত সজাবৰ চিন্তা কৰিব পাৰে, হয়তো, আচবাব বা গৃহসজ্জ্বাৰ পৰিৱৰ্তন কৰিব পাৰে ৷

সিংহ ৰাশি: পুৱাৰ ভাগত অলস, দুৰ্বল আৰু বিৰক্ত অনুভৱ কৰাৰ সম্ভাৱনা আছে ৷ শান্ত হৈ থাকক আৰু ভদ্ৰভাৱে আচৰণ কৰক ৷ মানসিক আৰু শাৰীৰিক স্থিতি লাহে লাহে ঠিক হৈ আহিব ৷ দিনটোৰ দ্বিতীয়ভাগত, অধিক আনন্দিত হোৱাৰ সম্ভাৱনা আছে ৷ ঘৰ আৰু কৰ্মস্থলী উভয়তে সংবাদত্মক আলোচনা হ’ব পাৰে ৷ সন্ধিয়াসময়খিনি পৰিয়ালৰ লগত কটাওক ৷

কন্যা ৰাশি: গ্ৰহসমূহ দূৰ্বল যেন অনুমান হয় ৷ যাত্ৰা আৰু নতুন কাম আৰম্ভ কৰাটো স্থগিত ৰাখক ৷ পৰিকল্পনা অনুসৰি দিনটো পাৰ হ’ব যেন অনুমান নহয়, বিৰক্ত হোৱাৰ সম্ভাৱনা আছে ৷ অপ্ৰাসংগিক কথা কোৱাৰ পৰা বিৰত থাকক, সহকৰ্মীৰ লগত সম্পৰ্ক বেয়া হ’ব পাৰে ৷ অস্থিৰ মনটোক শান্ত কৰিবৰ বাবে ধ্যান-সাধনা কৰক ৷ সন্ধিয়া পৰত কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে ৷

তুলা ৰাশি: উজ্জ্বল আৰু ৰঙীন পুৱাৰে দিনটোৰ আৰম্ভণি হ’ব ৷ কিন্তু বেছি দেৰিলৈকে একেদৰে নাথাকিবও পাৰে ৷ চিন্তা-ভাৱনাই আপোনাক আৱৰি ৰাখিব পাৰে ৷ কথা কোৱাৰ পূৰ্বে ভাবি চাওক, যিহেতু অপ্ৰত্যাশিত পৰিস্থিতিত পৰিব পাৰে ৷ সৰ্তক হৈ থাকক, আপোনাৰ বিৰোধীসকলে আপোনাক প্ৰতক্ষ্য কৰি আছে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ এই সময়চোৱা উপযোগী নহয় ৷ আৰ্থিক লাভ হ’ব পাৰে আৰু ভ্ৰমণৰ সম্ভাৱনা আছে ৷

বৃশ্চিক ৰাশি: বৌদ্ধিক আলোচনা আৰু সামাজিক সম্পৰ্কৰে ভৰা এটা দিনৰ আভাস হয় ৷ ধনপুঞ্জী আৰু আৰ্থিক সম্পদৰ আয়োজন কৰিবৰ বাবে ভাল সময় ৷ সন্ধিয়া সময়ত অধিক সৌভাগ্যশালী হোৱাৰ সম্ভাৱনা আছে ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত আনন্দ-উত্‍সৱ কৰিব পাৰে ৷ সুস্বাদু আহাৰ খাবলৈ পাব ৷ বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যোৱাৰ আয়োজন কৰিব পাৰে ৷ এই সুখৰ সময়খিনি উপভোগ কৰক ৷

ধনু ৰাশি: দিনটোৰ সমাপ্তিলৈ আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে, লক্ষ্য ৰাখক ৷ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে, যদিও সময় লাগিব পাৰে, ধৈৰ্য্য ধৰক আৰু হতাশ নহ’ব ৷ ভ্ৰমণৰ কাৰ্যসূচীক অহা সপ্তাহলৈ পিছুৱাই দিয়ক ৷ মধ্যাহ্নৰ পিছত গ্ৰহসমূহ সক্ৰিয় হ’ব যেন আভাস হয় ৷ স্বাস্থ্য, অৰ্থ আৰু বিভিন্ন বস্তুৰ প্ৰতি দৃষ্টিভংগী আদি সকলোতে ইতিবাচক আৰু আপোনাৰ পক্ষে হোৱাৰ সম্ভাৱনা আছে ৷ সন্ধিয়া ভাল সংগীত শুনি সময় কটাওক ৷

মকৰ ৰাশি: এটা কঠিন দিনৰ বাবে সাজু হওক ৷ অতি আবেগশীল হৈ থাকিব পাৰে ৷ আপোনাৰ আবেগক কোনেয়ে আঘাত কৰিব নোৱাৰাকৈ যত্নৱান হওক ৷ সমস্যাজনক পৰিস্থিতিৰ পৰা আঁতৰি থাকক; বিশেষভাৱে পৰিয়ালৰ লগত বিবাদ ৷ সিদ্ধান্ত গ্ৰহণত পলম কৰিলে আপোনাৰ ওপৰত বিৰোপ প্ৰতিক্ৰিয়া হ’ব পাৰে ৷ কৰ্মস্থলীত কাম সম্পূৰ্ণ কৰিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লগা হ’ব পাৰে ৷ ট্ৰেফিক নিয়ম মানি চলক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশি: নতুন কাম আৰম্ভ কৰিব পাৰে, সহকৰ্মীৰ লগত উদযাপন কৰক ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ আজিৰ দিনৰ পিছবেলাটোৰ বাবে শুভ সংকেত নাই ৷ ঘৰ বা সম্পত্তিৰ বাবে নতুন লেনদেনত সোমাবৰ বাবে উপযুক্ত নহয় ৷ শিক্ষাৰ্থীৰ বাবে এটা সাধাৰণ দিন ৷ মাতৃৰ স্বাস্থ্যই চিন্তাত পেলাব আৰু আবেগিক কৰিব পাৰে ৷ স্ব-সহায়ক পুথিসমূহে আপোনাক কিছু অবকাশ দিব পাৰে ৷

মীন ৰাশি: আত্মকেন্দ্ৰিক হোৱাৰ সলনি নিজক বিনম্ৰ কৰি তোলক ৷ বাস্তৱসন্মত মনোভাৱ পোষণ কৰাৰ জৰিয়তে আপুনি কৰ্মক্ষেত্ৰত, সমাজত আৰু সংসাৰত সমৰ্থন লাভ কৰিব পাৰিব ৷ কথা কওঁতে সাৱধান হ’লে আপুনি কাজিয়া এৰাই চলিবলৈ সফল হ’ব ৷ সামগ্ৰিকভাৱে আপুনি ব্যক্তি হিচাপে উন্নত কৰি তুলিব পাৰে ৷ নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰত আপুনি উদগনি পাব পাৰে ৷ কিন্তু মন বিপাঙত থাকিলে নতুন কাম হাতত নল’ব ৷ আপোনাৰ ভ্ৰমণ হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.