ETV Bharat / sukhibhava

Daily Horoscope For 5th November: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th November 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো ?
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 9:43 AM IST

Updated : Nov 5, 2023, 8:10 AM IST

মেষ ৰাশি: আজিৰ দিনটোত আপুনি সুখী আৰু পৰিপূৰ্ণ হৈ থাকিব ৷ সুখী মনেৰে আপুনি ঘৰৰ পৰিবেশ আনন্দময় কৰি ৰাখিব ৷ গৃহসজ্জা আৰু ঘৰৰ আভ্যন্তৰীণ সাল-সলনি কৰিব পাৰে ৷ আপোনাৰ সপোনৰ গাড়ীখন লাভ কৰাৰ সম্ভাৱনা আছে ৷ কৰ্মস্থলীটো সকলো আশাব্যঞ্জক হ’ব ৷ কোনো চুবুৰীয়া চহৰত সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ উদ্দেশ্যত যাত্ৰাৰ পৰিকল্পনা হ’ব পাৰে ৷

বৃষ ৰাশি: ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব পাৰে ৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷ কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে ৷ বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে ঘটনাৰে পূৰ্ণ দিন এটা হ’ব ৷ নেতিবাচক চিন্তাধাৰা এৰাই চলক, নহ’লে নিৰাশ আৰু উদাস হ’ব পাৰে ৷ অনৈতিক কামে আপোনাক বিপদত পেলাব পাৰে ৷ আপুনি খোৱা খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্যই অসুখ কৰিব পাৰে ৷ হ’লেও, পিছবেলা পৰিস্থিতি ভাললৈ পৰিৱৰ্তন হ’ব ৷ নতুন স্কীম আৰু প্ৰজেক্টৰ বাবে ব্যৱসায় উন্নত হ’ব পাৰে ৷ জ্যেষ্ঠকৰ্মীৰ লগত বিবাদ উচিত নহ’ব ৷ শিল্প আৰু সাহিত্যৰ প্ৰতি সৃজনশীল আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সৃজনশীলতাক বৃদ্ধি হ’বলৈ দিয়ক ৷

কৰ্কট ৰাশি: কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে; ই অতি শক্তিশালী বান্ধোন হৈ পৰাৰ সম্ভাৱনা আছে ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দ উপভোগ কৰক ৷ চিনেমা বা খেলৰ দৰে কোনো বিনোদন কাৰ্য কৰক যি আপোনাৰ আনন্দক অধিক কৰিব পাৰে ৷ সন্ধিয়া আপোনাৰ মন সলনি হ’ব পাৰে, সেয়ে নিজৰ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে ভাল দিন নহয় ৷ দুৰ্ঘটনা প্ৰৱল হোৱাৰ সম্ভাৱনা আছে, সাৱধানতাৰে বাহন চলাওক ৷

সিংহ ৰাশি: আৰ্থিক সম্পদৰ আয়োজন কৰিবলৈ আৰু ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন ৷ ব্যৱসায়ীৰ বাবে, আপোনাৰ টীম, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধীনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে ৷ বিনিয়োগ আৰু ব্যাসৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব ৷ আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব ৷ নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক; বজাৰ কৰক, খাওক আৰু আনন্দ কৰি উদযাপন কৰক ৷

কন্যা ৰাশি: নতুন আৰু ষ্টাইলিচ পোছাক ক্ৰয় কৰিবলৈ আপুনি উত্‍সাহিত অনুভৱ কৰিব ৷ শিল্পজাত বস্তু আৰু কলাকৃতি সৃষ্টিৰ বাবে প্ৰেৰণা পাব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব ৷ কৰ্মস্থলীত প্ৰতিদ্বন্দীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব ৷ এটা অতি সুন্দৰ দিন ৷

তুলা ৰাশি: এটা সাধাৰণ দিন ৷ পৰিপক্ক হওক আৰু পৰিয়ালৰ সৰু সৰু বিবাদক এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে ৷ সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক ৷ গান শুনি বা গাই কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ৷

বৃশ্চিক ৰাশি: সকলো উত্তৰহীন প্ৰশ্নৰ সমাধান লাভ কৰিব ৷ আপোনাৰ ব্যক্তিগত জীৱনেই হওক বা সম্পত্তি সম্বন্ধীয় বিষয় হওক, আপুনি সকলো সমাধান কৰিব পাৰিব বুলি আভাস হয় ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক শ্ৰেষ্ঠতম হ’ব ৷ দিনটোৰ দ্বিতীয় ভাগত, আপুনি বিৰক্ত আৰু আগ্ৰাসী হৈ পৰিব ৷ পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব আৰু ব্যয় হ’ব ৷ সমাজত আপোনাৰ চৰিত্ৰত কালিমা সানিব পৰা কামৰ পৰা বিৰত থাকক ৷

ধনু ৰাশি: আপোনাৰ খং আৰু কথা কোৱাক নিয়ন্ত্ৰণ কৰিব বহুতো বিৰোধৰ পৰা বাচিব পাৰিব ৷ নিজকে ধৰ্মীয় কাৰ্যত লিপ্ত কৰাওক আৰু নিজকে শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক ৷ তথাপিও, শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰিবৰ বাবে যত্ন কৰিব লাগিব ৷ সন্ধিয়া সময়ত নিজৰ চিন্তাক দূৰ কৰিবৰ বাবে বিভিন্ন উপায় বিচাৰি উলিয়াব, যি আপোনাৰ মনক শান্ত কৰিব ৷ আপোনাৰ প্ৰতিদ্বন্দী আৰু বিৰোধীসকল আপোনাৰ পৰা বহুত দূৰত থাকিব, সেয়ে তেওঁলোকৰ বিষয়ে চিন্তা নকৰিব ৷ শান্তিময় সন্ধিয়া উপভোগ কৰক ৷

মকৰ ৰাশি: আপোনাৰ নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ বাবে এটা উপযুক্ত দিন ৷ সেইবোৰৰ সৈতে আপুনি আপোনাৰ কৰ্মস্থলীত এটা ভাল চাপ বহাব পাৰিব ৷ দিনটোৰ পিছভাগত, অলপ নেতিবাচক মনোভাৱে আপোনাৰ মনত আহিব পাৰে ৷ সিদ্ধান্ত লোৱা ক্ষমতাত প্ৰভাৱ পেলাব পাৰে ৷ ব্যক্তিগত খৰচৰ বাবে ধন ব্যয় কৰিব পাৰে ৷ সুবিধা পালে, আপোনাৰ কষ্টোপাৰ্জিত ধন শ্বেয়াৰ বা সম্পত্তিত লগাওক ৷

কুম্ভ ৰাশি: আজি আপুনি ধাৰ্মিক ৰূপ ধাৰণ কৰিব পাৰে ৷ ফলস্বৰূপে, আপুনি নিজকে ধৰ্মীয় কাম কাজত ব্যস্ত কৰি ৰাখিব পাৰে ৷ লগতে, আপুনি ধৰ্মীয় যাত্ৰাত যথেষ্ট পৰিমাণে ব্যয় কৰিব পাৰে ৷ আইনী বিষয়বস্তু নিস্পত্তি হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ পৰিয়ালৰ লগত সময় কটাওক ৷

মীন ৰাশি: আৰ্থিক লাভৰ সম্ভাৱনা ৷ কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব ৷ ঘৰুৱা পৰিবেশো শান্ত আৰু উত্‍সাহজনক হৈ থাকিব ৷ বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক ৷ সন্ধিয়াবেলা, উদ্বিগ্নতা হ’ব পাৰে, অত্যাধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ ধৰ্মীয় কাৰ্য-কলাপ, ৰীতি নীতি আদিতো ব্যয় হ’ব পাৰে ৷ সতৰ্কতাৰে চলক ৷ আপোনাৰ প্ৰতিভাক জগতক দেখুৱাওক আপুনি নিশ্চয় সফল হ’ব ৷

Last Updated : Nov 5, 2023, 8:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.