ETV Bharat / sukhibhava

Daily Horoscope For 12th October: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th October 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 6:00 AM IST

মেষ ৰাশি: গণেশৰ উপদেশ মতে আপুনি আপোনাৰ আক্ৰমণমূলক আচৰণ ত্যাগ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ৷ আপুনি কৰা কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব ৷ কামেই আপোনাক সমগ্ৰ দিন আগুৰি থাকিব ফলত আপুনি পৰিয়ালক সময় দিয়াত ব্যৰ্থ হ’ব ৷ মনলৈ বিপৰীত চিন্তা আহিবলৈ নিদিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ যদি পাৰে ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰত সফল হ’ব ৷

বৃষ ৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ যিয়ে আপোনাক উচিত ফল প্ৰদান কৰিব ৷ পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব ৷ চৰকাৰী কামত সফল হ’ব ৷ সন্তানৰ লগত খৰচ বাঢ়িলেও আপোনাৰ আয় বৃদ্ধি হ’ব ৷ কলা আৰু খেলৰ ক্ষেত্ৰত সফলতা দেখুৱাব পাৰিব ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ উচিত সময় ৷ চৰকাৰৰ পৰা পাবলগীয়াখিনি পাব ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বচৰ পৰা ভাল প্ৰতিক্ৰিয়া পাব ৷ আজি এটা সৰু ভ্ৰমনত যাব পাৰে ৷ আপোনাৰ প্ৰতিবেশী আৰু প্ৰিয়জনৰ লগত অলপ তৰ্কা-তৰ্কী হ’ব পাৰে ৷ আপোনাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হ’ব ৷ আপোনাৰ প্ৰতিদন্দীসকল পৰাজিত হ’ব, আপুনি বিচৰা ধৰণে আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু দিনটো ভালৰ পৰা আৰু ভালৰ দিশে গতি কৰিব ৷

কৰ্কট ৰাশি: বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আপুনি কোনো বিষয়তে আজি সন্তুষ্টি লাভ নকৰে ৷ চকুৰ পৰা দিগদাৰ পাব ৷ ঘৰুৱা পৰিবেশ দিনটো বেয়া হৈ থাকিব ৷ পৰিয়ালৰ সদস্য সকলৰ লগত তৰ্কৰ পৰা আঁতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ অতি মাত্ৰা কষ্ট কৰিলেও ছাত্ৰ ছাত্ৰী সকলে উপযুক্ত ফল লাভ নকৰে ৷ বে-আইনী কামৰ পৰা দুৰত থাকক ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷

সিংহ ৰাশি: আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে উজ্বলি উঠিব ৷ আপুনি কাম হাতত লোৱাৰ আৰু কাম এৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আচনি হাতত লব পাৰিব ৷ আপোনাৰ অগ্ৰজ সকল আপোনাৰ বাবে লাভজনক হ’ব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: আত্মময্যদা হানি হ’ব পাৰে, সাৱধানে থাকক ৷ আপুনি শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল অনুভৱকৰিব ৷ আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত নিতিগত পাৰ্থক্যই গা কৰিব পাৰে , যি আপোনাক চিন্তাত পেলাব ৷ খং আৰু আক্ৰমনাত্মক আচৰনে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিব লগিয়া হ’ব ৷ শৰীৰৰ যত্ন লওক , দুৰ্ঘটনাৰ যোগ আছে ৷ যিমান পাৰি সিমান অযুক্তিসংগত তৰ্ক বিতৰ্ক ৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি: গণেশৰ কৃপাত আজি আপুনাৰ শুভ দিন ৷ কেইবাটাও দিশত লাভে আপুনাক আনন্দিত কৰিব ৷ আমদানি বাঢ়িব ৷ বন্ধুৰ সহায়ত আমদানি বঢ়াব পৰিব আৰু তেওক টকা দি সহায় কৰিব পাৰিব ৷ ভ্ৰমনৰ যোগ আছে ৷ মহিলা বন্ধুৰ লগ আনন্দ দায়ক হ’ব ৷ বিবাহপ্ৰাৰ্থীসকলে মনে বিচৰা সংগী লাভ কৰিব ৷ খাদ্যভাস সলনি কৰক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো লাভজনক ৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকুল হ’ব ৷ আপোনাৰ বচ আপোনাৰ কামত সুখী হ’ব ৷ আজি আপোনাৰ কাম সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ আছে ৷ পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব ৷ ব্যবসায়িক ভ্ৰমনত যাব পাৰে ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব৷

ধনু ৰাশি: আজি আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ নকৰিব পাৰে ৷ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে ৷ উদ্দিগ্নতা আৰু মানসিক অশান্তি গা কৰি উঠিব ৷ কামৰ পৰিকল্পনা কৰোতে কিছু সাৱধান হওক, এই বিষয়ত আপুনি আৰু আপোনাৰ বচৰ মাজত মতবিৰূধ হ’ব পাৰে ৷যিমান পাৰি আপোনাৰ সহকৰ্মি সকলৰ লগত আৰু আপোনাৰ সমকক্ষ সকলৰ লগত তৰ্কৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি: হঠাৎ শৰীৰত অসুস্থতা অনুভৱ কৰিব আৰু তাৰ বাবে খৰচো বাঢ়িব ৷ সামাজিক আৰু দৈন্দদিন কামবোৰ সময়মতে হৈ থাকিব ৷ খোৱা বোৱাত চকু ৰাখক ৷ আক্ৰমনাত্মক নহ’ব ৷ বিপৰীত চিন্তা বাদ দিয়ক ৷ কাৰ্যক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি আৰু আপোনাৰ ব্যবসায়ৰ ভাগিদাৰৰ মাজত সহযোগিতাৰ অভাব হ’ব ৷ চৰকাৰী কায্যালয়ৰ কাম কাজ বোৰ ভালদৰে কৰিব পাৰিব ৷

কুম্ভ ৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰকে কৰি যাব ৷ভ্ৰমনত যাব পাৰে ৷ সুন্দৰ সাজ পৰিধান কৰি খোৱা জেগালৈ যাব পাৰে ৷ আপোনাৰ ব্যবসায়িক ভাগিদাৰে আপোনাৰ বাবে লাভ আনিব ৷ নতুন বাহন কিনাৰ যোগ আছে ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা লাভজনক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অসুবিধা নাপায় ৷ ঘৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ প্ৰতিযোগীসকলৰ পৰাজয় হ’ব ৷ খঙাল হৈ নপৰিব ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাক সহযোগিতা আগবঢ়াব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.