ETV Bharat / sukhibhava

Daily Horoscope For 12th August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 12, 2023, 6:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল..

DAILY HOROSCOPE FOR 12TH AUGUST 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ নতুন সম্বন্ধ আহিব পাৰে ৷ সন্তানৰ কামত মন দিয়ক তেওঁলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷ প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷

বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব বা পুৰস্কাৰ লাভ কৰিব পাৰে ৷ আগতে হৈ নুঠা কামবোৰ আজি পূৰণ হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফল হ’ব ৷ প্ৰিয়জনৰ সৈতে সময় কটাব পাৰে ৷

মিথুন ৰাশি: সাৱধান! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যা আৰু আৰু আন শাৰীৰিক অশুবিধাই বিপদত পেলাব ৷ চকু ৰাখক,খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷ প্ৰিয়জনৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷

কৰ্কট ৰাশি: পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ দিনৰ শেষলৈ বজাৰলৈ যোৱাৰ আয়োজন বন্ধ কৰক ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷ মন্ত্ৰ পাঠ আৰু প্ৰাৰ্থনা আৰু আন ধৰ্মমূলক কামে মনক স্থিৰ কৰক ৷

সিংহ ৰাশি: বিবাহিতসকলৰ ইজনৰ লগত আনজনৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব আৰু দুখী অনুভৱ কৰিব ৷ আপোনাৰ সংগীৰ শৰীৰ ভালে নাথাকিব পাৰে ৷ ধৈয্য আৰু শান্ত হৈ থকাই আপোনাৰ বাবে এতিয়া প্ৰধান কাম ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷ আইনী কাম কাজত ভাল ফল নাপায় ৷ সামাজিক কামত আপোনাক অপবাদ পাব পাৰে ৷ হৃদয়বান হওক ৷

কন্যা ৰাশি: এই দিনটো আপোনাৰ বাবে শিহৰণকাৰী দিন ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে আপোনালৈ বাট চাই আছে ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয় দিব পাৰিব ৷ সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আগৰ পৰা ভোগ কৰি অহা অসুবিধাৰ পৰা ৰক্ষা পৰাৰ বাতৰি পাব ৷ বিবাহিত মহিলাসকলে মাকৰ ঘৰৰ ভাল বাৰ্তা লাভ কৰিব ৷ সহজতে ক’বলৈ হ’লে খৰচ কমাওক তেতিয়া শেষলৈকে ভোগ কৰিবলৈ পাব ৷

তুলা ৰাশি: আজি আপোনাৰ দিনটো মধ্যমীয়া ৷ সন্তানৰ পৰিবেশনে আপোনাক অলপ চিন্তাত পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকল অলপ বাধাৰ সন্মুখীন হ’ব পাৰে ৷ দূৰ ভ্ৰমণত নোযোৱাটোৱেই ভাল ৷ নতুন কামত বিফল হ’ব, যদিহে আজি আৰম্ভ কৰে ৷ ধৈৰ্য্য ধৰক ৷ ধ্যান কৰক ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷

বৃশ্চিক ৰাশি: অত্যাধিক কামৰ বোজা আজি আপোনাৰ মুল মন্ত্ৰ হ’ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধীয়সকলেও আপোনাক নিৰাশ কৰিব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপায় ,ধনৰ লোকচান হ’ব পাৰে ৷ আইনী কাগজ পত্ৰত চহী কৰাৰ পৰা আজি আঁতৰি থাকক, অথবা দুবাৰ ভাৱক ৷ যিকি নহওক বৰ ভাল দিন নহয় ৷

ধনু ৰাশি: পৰিয়াল, বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভণিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ সামাজিক জীৱনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ আৰু পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ মিঠা মাতে আপোনাৰ সমস্যা দূৰ কৰিব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ শৰীৰ ভালে যাব কেৱল চকুৱে দিগদাৰ দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি: শুভ দিন ৷ মানসিক, শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰিব আৰু উপহাৰৰ আদান প্ৰদান কৰিব পাৰিব ৷ ৰাতিৰ আহাৰত ভাৱৰ আদান-প্ৰদান কৰিব পাৰিব ৷ এনে এটা ভাল দিন উপভোগ কৰক ৷ নিজৰ ভিতৰত পবিত্ৰতা অনুভব কৰিব আৰু যিয়ে আপোনাক অলপ দুখী অনুভৱ কৰিব ৷

মীন ৰাশি: ভৌতিক বস্তু লাভৰ বাবে পৰিবেশ সুগম নহয় ৷ নতুন কামত টকা সদ্যহতে নলগোৱাই ভাল ৷ সম্পতি আপোনাৰ হাতৰ পৰা পিচলি যাব ৷ শৰীৰ ভালে নাযাব আৰু মনোযোগ বিচ্ছিন্ন হ’ব পাৰে ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷ আপুনিনভবাকৈ ই আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.