- অসম-মেঘালয় সীমান্তত বৰ্তমানেও অব্যাহত আছে উত্তেজনা (Assam Meghalaya border)
- সীমান্তৰ মুক্ৰ’ৰ গুলীচালনাৰ ঘটনাত এই পৰ্যন্ত মৃত্যু হৈছে 9 জন লোকৰ
- পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি (West Karbi Anglong SP transferred)
- জিৰিকিন্দিং থানাৰ (Jirikinding Police Station) ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক ইতিমধ্যে কৰা হৈছে নিলম্বন
- তাৰোপৰি হামৰেন বন-সংমণ্ডলৰ বনৰক্ষী বিষয়া চিকাৰী ইংহিকো কৰা হৈছে নিলম্বন