ETV Bharat / state

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ মৃত্যু

ডিমাকুছিৰ বামুনজুলিৰ ঢিপাবস্তিত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷ চলিত বৰ্ষত এই পৰ্যন্ত ওদালগুৰি জিলাত মৃত্যু হৈছে তিনিটা হাতীৰ ৷ আনহাতে জিলাখনত চলিত বৰ্ষত হাতীৰ আক্ৰমণত মৃত্যু হৈছে ১২ জন লোকৰ ৷

wild elephant
wild elephant
author img

By

Published : Oct 15, 2020, 3:24 PM IST

কোকৰাঝাৰ, 15 অক্টোবৰ : ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ মৃত্যু ৷ ডিমাকুছিৰ বামুনজুলিৰ ঢিপাবস্তিত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷ বৰ্তমানো জানিব হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ ৷ বৰ্তমান ঘটনা স্থলীত উপস্থিত হৈছে বন বিভাগৰ দল ।

wild elephant
ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ মৃত্যু

চলিত বৰ্ষত এই পৰ্যন্ত ওদালগুৰি জিলাত মৃত্যু হৈছে তিনিটা হাতীৰ ৷ আনহাতে জিলাখনত চলিত বৰ্ষত হাতীৰ আক্ৰমণত মৃত্যু হৈছে ১২ জন লোকৰ ৷ আন এক গুৰুত্বপূৰ্ণ কথা যে, বিগত সময়চোৱাত চিৰাং জিলাৰ পৰা আটক কৰা হৈছিল বহু কেইগৰাকী চোৰাং চিকাৰী আৰু তেওঁলোক জড়িত আছিল হাতী চিকাৰৰ সৈতে ৷ আনহাতে তেওঁলোকৰ পৰা উদ্ধাৰ হৈছিল কেইবাটাও হাতী দাঁত ৷

লগতে পঢ়ক : ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.