ETV Bharat / state

তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি

author img

By

Published : Oct 28, 2019, 8:49 PM IST

দুৰ্গা পূজাৰ ঠিক ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাঁচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱ ৷ গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱটিকলৈ এতিয়া উখল মাখল গোৰ্খা অধ্যুষিত অঞ্চল সমূহ ৷ তিহাৰ উৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালিলৈ ভাই টিকা পৰ্ব অনুষ্ঠিত কৰা হ'ব ৷ এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে ।

তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি

ওদালগুৰি, 28 অক্টোবৰঃ তিহাৰ উৎসৱক লৈ সম্প্ৰতি উখল মাখল হৈ আছে ওদালগুৰি ৷ দুৰ্গা পূজাৰ ঠিক ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাঁচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱ ৷ গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱটিকলৈ এতিয়া উখল মাখল গোৰ্খা অধ্যুষিত অঞ্চল সমূহ ৷ আজি তিহাৰ উৎসৱৰ চতুৰ্থ দিন ৷ এই দিনটোত গোৱৰ্ধন পূজাৰ আয়োজন কৰে গোৰ্খা সকলে ৷ আজিৰ এই দিনটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতিৰ কৰ্মী সকলে ঘৰে ঘৰে গৈ দেওচি নৃত্য কৰি পৰিয়ালৰ অপায় অমংগল দূৰ হ'বৰ বাবে কামনা কৰে ৷

তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি

আনহাতে আজিৰ দিনটোত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে পৰম্পৰাগত ভাৱে বলধ গৰুক পূজা অৰ্চনা কৰাৰ লগতে প্ৰিয় খাদ্য যোগান ধৰে ৷ তিহাৰ উৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালিলৈ ভাই টিকা পৰ্ব অনুষ্ঠিত কৰা হ'ব ৷ এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে । কিন্তু গোৰ্খা সকলৰ এই পবিত্ৰ দিনটোত বন্ধ ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে । সেয়েহে এই দিনটোত সমগ্ৰ ৰাজ্যতে চৰকাৰী বন্ধৰ ঘোষণাৰ কৰিবলৈ দাবী জনাই গোৰ্খা ছাত্ৰ সন্থাই ৷

Intro:তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি।

তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি।
দুৰ্গা পূজাৰ ঠিক ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱটি।
তিহাৰ উৎসৱত ঘৰে ঘৰে গৈ দেওচি নৃত্য কৰি পৰিয়ালৰ অপায় অমংগল দূৰ হ'বৰ বাবে কামনা কৰে যুৱক যুৱতী সকলে। আনহাতে তিহাৰ উৎসৱৰ অন্তিম দিনা ভাই ফোট হিচাপে পালন কৰে জনগোষ্ঠীটোৱে।এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে। কিন্তু গোৰ্খা সকলৰ এই পবিত্ৰ দিনটোত বন্ধ ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। সেয়েহে এই দিনটোত সমগ্ৰ ৰাজ্যতে চৰকাৰী বন্ধৰ ঘোষণাৰ কৰিবলৈ দাবী জনাই গোৰ্খা ছাত্ৰ সন্থাই।

Body:দুৰ্গা পূজাৰ ১৫ দিন পিছত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনাৰ পৰা গোৰ্খা জনগোষ্ঠীয়ে পাচ দিনীয়াকৈ পালন কৰে তিহাৰ উৎসৱ। গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱটিকলৈ এতিয়া উখল মাখল গোৰ্খা অধ্যুষিত অঞ্চল সমূহ। আজি তিহাৰ উৎসৱৰ চতুৰ্থ দিনটো অৰ্থাৎ গোৱৰ্ধন পূজাৰ আয়োজন কৰে গোৰ্খা সকলে। আজিৰ এই দিনটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুছি আঞ্চলিক সমিতিৰ কৰ্মী সকলে ঘৰে ঘৰে গৈ দেওচি নৃত্য কৰি পৰিয়ালৰ অপায় অমংগল দূৰ হ'বৰ বাবে কামনা কৰে। আনহাতে আজিৰ দিনটোত গোৰ্খা লোক সকলে পৰম্পৰাগত ভাৱে বলধ গৰুক পূজা অৰ্চনা কৰাৰ লগতে প্ৰিয় খাদ্য যোগান ধৰে। আনহাতে তিহাৰ উৎসৱৰ অন্তিম দিনা অৰ্থাৎ কালিলৈ ভাই টিকা পৰ্ব অনুষ্ঠিত কৰা হ'ব। এই দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰে। কিন্তু গোৰ্খা সকলৰ এই পবিত্ৰ দিনটোত বন্ধ ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। সেয়েহে এই দিনটোত সমগ্ৰ ৰাজ্যতে চৰকাৰী বন্ধৰ ঘোষণাৰ কৰিবলৈ দাবী জনাই গোৰ্খা ছাত্ৰ সন্থাই।

Byte- local peopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.