ETV Bharat / state

ডকাইতিৰ মিছা নাটক কৰি ওদালগুৰি আৰক্ষীৰ জালত গাড়ীচালক - ওদালগুৰি আৰক্ষী

ওদালগুৰি আৰক্ষীৰ তদন্তৰ অন্তত গ্ৰেপ্তাৰ হ'ল হাবিজুৰ ৰহমান । ২.১২ লাখ টকা ডকাইত হোৱা বুলি নিজে আত্মসাৎ কৰিছিল হাবিজুৰে ৷

ডকাইতিৰ মিছা নাটক কৰি ওদালগুৰি আৰক্ষীৰ জালত গাড়ীচালক
author img

By

Published : Jul 27, 2019, 11:26 PM IST

ওদালগুৰি, ২৭ জুলাইঃ এজন ড্ৰাইভাৰে ৰচনা কৰা মিছা ডকাইতিৰ নাটকে চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰিত । গাড়ীৰ পৰা প্ৰায় ২.১২ লাখ টকা ডকাইতি হোৱা বুলি নাটক ৰচনা কৰি শনিবাৰে ওদালগুৰি আৰক্ষীৰ জালত পৰিল গাড়ী চালক। জানিব পৰা মতে খাৰুপেটীয়াৰ ব্যৱসায়ী মনোজ জৈনে শুকুৰবাৰে বিভিন্ন চিপ্চ জাতীয় সামগ্ৰী প্ৰেৰণ কৰিছিল ওদালগুৰিৰ চঞ্জিৎ পালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ । আনহাতে মনোজ জৈনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গাড়ীচালক হাবিজুৰ ৰহমানে খাৰুপেটীয়াৰ পৰা এই সামগ্ৰী সমূহ এখন মালবাহী গাড়ীৰে কঢ়িয়াই আনিছিল । সামগ্ৰী সমূহ ওদালগুৰিৰ চঞ্জিৎ পালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নমাই গাড়ীচালক হাবিজুৰে সংগ্ৰহ কৰি নিছিল নগদ ২ লাখ ১২ হাজাৰ টকা । টকাৰ লগতে প্ৰায় ১৩ হাজাৰ টকাৰ কুপন সংগ্ৰহ কৰি হাবিজুৰে দিনৰ ১২ বজাত ৰাওনা হৈছিল খাৰুপেটীয়ালৈ ।

ডকাইতিৰ মিছা নাটক কৰি ওদালগুৰি আৰক্ষীৰ জালত গাড়ীচালক

কিন্তু গাড়ীচালক জনে ওদালগুৰিৰে বাহিনীগাঁৱত দুখন বাইকত অহা ৪ জন দুৰ্বৃত্তই কাঢ়ি নিয়া বুলি অবগত কৰে ওদালগুৰি আৰক্ষীক । ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰে ওদালগুৰি আৰক্ষীয়ে । শনিবাৰে আৰক্ষীয়ে সন্দেহবসত গাড়ীচালক হাবিজুৰক জেৰা কৰাত ওলাই পৰিল প্ৰকৃত তথ্য । আৰক্ষীৰ জেৰাত হাবিজুৰে টকা খিনি আন এজন আত্মীয়ৰ ঘৰত ৰাখি ডকাইট হোৱাৰ নাটক কৰা বুকি স্বীকাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গাড়ীচালক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে লালপুলৰ হাবিজুৰৰ আত্মীয়ৰ ঘৰৰ পৰা জব্দ কৰে ১ লাখ ৯৯ হাজাৰ টকা । বৰ্তমান হাবিজুৰক ওদালগুৰি আৰক্ষী থানাত জেৰা কৰি থকাৰ লগতে দেওবাৰে আদালতত হাজিৰ কৰা হ'ব বুলি জনাই ওদালগুৰি আৰক্ষীয়ে৷

Intro:ধন ডকাইটিৰ মিছা নাটক কৰি ওদালগুৰি আৰক্ষীৰ জালত গাড়ীচালক। ওদালগুৰি আৰক্ষীৰ তদন্তৰ অন্তৰ গ্ৰেপ্তাৰ হ'ল হাবিজুৰ ৰহমান। ২.১২ লাখ টকা ডকাইট হোৱা বুলি নিজে আত্মসাৎ কৰিছিল হাবিজুৰেBody:ওদালগুৰি, ২৭ জুলাইঃ এজন ড্ৰাইভাৰে ৰচনা কৰা মিছা ডকাইটিৰ নাটকে চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰিত ।
গাড়ীৰ পৰা প্ৰায় ২.১২ লাখ টকা ডকাইটি হোৱা বুলি নাটক ৰচনা কৰি শনিবাৰে ওদালগুৰি আৰক্ষীৰ জালত পৰিল এজন গাড়ী চালক। জানিব পৰা মতে খাৰুপেটীয়াৰ ব্যৱসায়ী মনোজ জৈনে শুক্ৰবাৰে বিভিন্ন চিপচ জাতীয় সামগ্ৰী প্ৰেৰণ কৰিছিল ওদালগুৰিৰ চঞ্জিৎ পালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ।
খাৰুপেটীয়াৰ পৰা এই সামগ্ৰী সমূহ এখন মালবাহী গাড়ীৰে কঢ়িয়াই আনিছিল মনোজ জৈনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গাড়ীচালক হাবিজুৰ ৰহমানে। সামগ্ৰী সমূহ ওদালগুৰিৰ চঞ্জিৎ পালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নমাই গাড়ীচালক হাবিজুৰে সংগ্ৰহ কৰি নিছিল নগদ ২ লাখ ১২ হাজাৰ টকা। টকাৰ লগতে ১৩ হাজাৰ মান টকাৰ কুপন সংগ্ৰহ কৰি হাবিজুৰে দিনৰ ১২ মান বজাত ৰাওনা হৈছিল খাৰুপেটীয়ালৈ। কিন্তু গাড়ীচালক জনে ওদালগুৰিৰে বাহিনীগাঁওত দুখন বাইকত অহা ৪ জন দুৰ্বৃত্তই কাঢ়ি নিয়া বুলি অবগত কৰে ওদালগুৰি আৰক্ষীক। ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰে ওদালগুৰি আৰক্ষীয়ে। শনিবাৰে আৰক্ষীয়ে সন্দেহবসত গাড়ীচালক হাবিজুৰক জেৰা কৰাৰ ওলাই পৰিল জুলোঙাৰ মেকুৰি। আৰক্ষীৰ জেৰাত হাবিজুৰে টকা খিনি আন এজন আত্মীয়ৰ ঘৰত ৰাখি ডকাইট হোৱাৰ নাটক কৰা বুকি স্বীকাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গাড়ীচালক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে লালপুলৰ হাবিজুৰৰ আত্মীয়ৰ ঘৰৰ পৰা জব্দ কৰে ১ লাখ ৯৯ হাজাৰ টকা। বৰ্তমান হাবিজুৰক ওদালগুৰি আৰক্ষী থানাত জেৰা কৰি থকাৰ লগতে দেওবাৰে অদালতত হাজিৰ কৰা হ'ব বুলি জনাই ওদালগুৰি আৰক্ষীয়ে।

বাইট- ১ ভোক্তভোগী
বাইট ২- চোৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.