ETV Bharat / state

ওদালগুৰি জিলাত ২৪ জনলৈ বৃদ্ধি আৰোগ্য হোৱা লোকৰ সংখ্যা

author img

By

Published : Jun 9, 2020, 9:25 PM IST

ওদালগুৰি জিলাৰ 22 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী আৰোগ্য হয় বুলি কৰ্তৃপক্ষই অৱগক কৰে । ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লোক কেইজন ।

a_udl_covid_discharged_photo_as10007
a_udl_covid_discharged_photo_as10007

ওদালগুৰি, ৯ জুনঃ মঙলবাৰে COVID-19 ত আক্ৰান্ত হৈ ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ২২ জনকৈ ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে । এই বিষয়ে সদৰী কৰে স্বাস্থ্য বিভাগ কৰ্তৃপক্ষই । আক্ৰান্ত আটাইকেইগৰাকী লোক বহিঃৰাজ্যৰ পৰা আহি ওদালগুৰি জিলাৰ ভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত থকা সময়তে তেওঁলোকৰ দেহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি ।

ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক কেইজনৰ শেহতীয়াকৈ কৰা দুটা COVID-19 পৰীক্ষাতে ফলাফল নিগেটিভ অহাত মঙলবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । COVID-19 মুক্ত হোৱা লোক কেইগৰাকীয়ে কি কি নীতি নিৰ্দেশনা মানি চলিব লাগিব সেই বিষয়েও চিকিৎসক সকলে নিৰ্দেশ প্ৰদান কৰে । ওদালগুৰি জিলাত ২৪ জনলৈ বৃদ্ধি পালে আৰোগ্য হোৱা লোকৰ সংখ্যা । বৰ্তমানেও ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৪৩ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগী ।

লগতে চাওকঃ বাঘজানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ ভাৰতীয় বায়ু সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.