ETV Bharat / state

আগন্তুক বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত

author img

By

Published : Jan 11, 2020, 10:13 AM IST

ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত অনুস্থিত হ'ব আগন্তুক বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন ৷ অধিবেশনৰ বাবে ব্যস্ত হৈ পৰিছে স্থানীয় লোকসকল ৷

৫৯ সংখ্যক অধিৱেশন
বড়ো সাহিত্য সভা

ওদালগুৰি, 11 জানুৱাৰী: অহা 20ৰ পৰা 22 জানুৱাৰীলৈ ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰীৰ দাউহাৰু পথাৰত অনুস্থিত হ'ব লগীয়া বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত ৷ অধিৱেশনৰ বাবে বড়ো পৰম্পৰাগত নৃত্যৰ আখৰাত ব্যস্তহৈ পৰিছে বড়ো যুৱক যুৱতী সকল ।

বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশৰ বাবে ব্যস্ত স্থানীয় লোক

লগতে পঢ়ক: বাৰেৰহণীয়া উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ল খেল’ ইণ্ডিয়া, 2020

Intro:অহা ২০ ৰ পৰা ২২ জানুৱাৰীলৈ ওদালগুৰি জিলাৰ খেৰাবাৰীৰ দাউহাৰু পথাৰত অনুষ্ঠিত কৰা হ'ব বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। অধিৱেশনৰ বাবে এতিয়া বড়ো পৰম্পৰাগত নৃত্যৰ আখৰাত ব্যস্তহৈ পৰিছে বড়ো যুৱক যুৱতী সকল। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদনBody:অহা ২০ ৰ পৰা ২২ জানুৱাৰীলৈ ওদালগুৰি জিলাৰ খেৰাবাৰীৰ দাউহাৰু পথাৰত অনুষ্ঠিত কৰা হ'ব বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন। অধিৱেশনৰ বাবে এতিয়া বড়ো পৰম্পৰাগত নৃত্যৰ আখৰাত ব্যস্তহৈ পৰিছে বড়ো যুৱক যুৱতী সকল। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদনConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.