ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

author img

By

Published : Apr 17, 2019, 10:26 PM IST

জিলাখনৰ 581 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ দল ৷ 190 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ মোতায়েন কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৬ জনকৈ জোৱান

নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ওদালগুৰি, 17 এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ওদালগুৰি জিলা প্ৰশাসন ৷ ই ভি এমসহ ভোটদানৰ অন্যান্য সামগ্ৰী লৈ মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাখনৰ ওদালগুৰি, পানেৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ 581টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং অফিচাৰ আৰু পুলিং বিষয়াৰ দল ৷ জিলা খনৰ 190টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰহিচাপে চিনাক্ত কৰি কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৬ গৰাকীকৈ জোৱান ৷ আনহাতে বাকী ভোটগ্ৰহণ কেন্দ্ৰসমূহত ১ গৰাকীকৈ কনিষ্টবল নিয়োজিত কৰা হৈছে বুলি অৱগত কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিট তেৰাঙে ৷

নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

উল্লেখ্য যে, 190 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ কেইবাটাও কেন্দ্ৰ মংগলদৈ, কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত । এই সমষ্টি তিনিটাৰ প্ৰশাসনিক ক্ষমতা দৰং জিলাৰ হাতত থাকিলেও ওদালগুৰি জিলাত থকা কেন্দ্ৰসমূহ তদাৰক কৰিব ওদালগুৰি আৰক্ষীয়ে ।

Intro:দ্বিতীয় পৰ্যায়ৰ লোক সভা নির্বাচনৰ বাবে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন
৫৮১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পুলিং বিষয়া সকল।
জিলা খনৰ ১৯০ টা ভোট গ্ৰহণ কেন্দ্ৰ কৃটিকেল ভোট কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে আৰক্ষীয়ে

Body:দ্বিতীয় পৰ্যায়ৰ লোক সভা নির্বাচনৰ বাবে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন। মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত জিলা খনৰ ওদালগুৰি, পানেৰী আৰু মাজবাট বিধান সভা সমষ্টি ৫৮১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পুলিং বিষয়া সকল। আনহাতে আৰক্ষীয়ে জিলা খনৰ ১৯০ টা ভোট গ্ৰহণ কেন্দ্ৰ কৃটিকেল ভোট কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে বুলি জনাই ওদালগুৰিৰ আৰক্ষী অধীক্ষকে।অৱশ্যে ইয়াৰে কেইবাটাও কেন্দ্ৰ মঙ্গলদৈ, কলাইগাঁও আৰু দলগাওঁ সমষ্টিৰ অন্তৰ্ভুক্ত। এই সমষ্টি তিনিটা কেইটাৰ প্ৰশাসনিক ক্ষমতা দৰং জিলাৰ হাতত থাকিলেই ওদালগুৰি জিলাত থকা কেন্দ্ৰ সমূহ তদাৰক কৰিব ওদালগুৰি আৰক্ষীয়ে। ওদালগুৰিৰ আৰক্ষী অধীক্ষকে জনোৱা মতে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ১ জন কৈ কনিষ্টবল বা হোম গাৰ্ড থাকিব। কৃটিকেল কেন্দ্ৰ বোৰত থাকিব কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৬ জনকৈ জোৱান । ওদালগুৰি জিলাৰ উপায়ুক্ত গৰাকীয়েও জিলা খনত শান্তিপূৰ্ণ ভাবে নিৰ্বাচন অনুষ্ঠিত হব বুলি আশা প্ৰকাশ কৰে

BYTE-DC
BYTE-SP

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.