ETV Bharat / state

ওদালগুৰিত ৰে'লৰ আগত জপিয়াই যুৱকৰ আত্মহত্যা - আত্মহত্যা

ভাতৃয়ে জনোৱামতে মানসিকভাৱে অসুস্থ আছিল মৃত লোকজন । মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

ওদালগুৰিত এজনৰ আত্মহত্যা
author img

By

Published : Apr 29, 2019, 12:54 PM IST

ওদালগুৰি,২৯ এপ্ৰিলঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীত ৰে'লৰ আগত জপিয়াই আত্মহত্যা এজন লোকৰ । আত্মহত্যা কৰা লোকজন বটাবাৰী গাঁৱৰ অনন্ত ৰাভা (৩৫) বুলি চিনাক্ত কৰা হৈছে । সোমবাৰে পুৱা ৬.৩০ মান বজাত ডেকাৰগাঁও-ৰঙিয়া যাত্ৰীবাহী ৰে'লৰ সন্মুখত জাঁপ দি আত্মহত্যা কৰে অনন্ত ৰাভাই ।

ওদালগুৰিৰ খৈৰাবাৰীত ৰেলৰ আগত জাপ দি আত্মহত্যা এজনৰ

ওদালগুৰিৰ খৈৰাবাৰীত আজি পুৱা ৰেলৰ আগত জাপ দি আত্মহত্যা কৰে এজন লোকে। আত্মহত্যা কৰা লোক জন বটাবাৰী গাঁওৰ অনন্ত ৰাভা (৩৫) বুলি চিনাক্ত কৰা হৈছে। পুৱা ৬:৩০ মান বজাত 
ডেকাৰগাঁও - ৰঙিয়া যাত্ৰীবাহী ৰে'লৰ সন্মূখত জাপ দি আত্মহত্যা কৰে অনন্ত ৰাভাই। পিছত স্থানীয় লোকে ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত খৈৰাবাৰী আৰক্ষী আৰু ৰেল কতৃপক্ষই মৃতদেহটো উদ্ধাৰ কৰি মতোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে।
আনহাতে ভাতৃয়ে জনোৱা মতে মৃত অনন্ত ৰাভা মানসিক ভাৱে অসুস্থ আছিল।

Byte- POLICE
BYTE - Relative

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.