ETV Bharat / state

ওদালগুৰিত উদ্ধাৰ ৪ কিলোগ্ৰাম ৰূপ - তদন্ত

ওদালগুৰিত আৰক্ষীয়ে তালাচী চলাই এজন যুৱকৰ পৰা জব্দ কৰে ৪ কিলোগ্ৰাম ৰূপ

ওদালগুৰিত উদ্ধাৰ ৪ কিলেগ্ৰাম ৰূপ
author img

By

Published : Apr 6, 2019, 11:46 PM IST

Updated : Apr 7, 2019, 12:33 AM IST

ওদালগুৰি, ৬ এপ্ৰিল : শনিবাৰে ওদালগুৰিত উদ্ধাৰ হয় ৪ কিলোগ্ৰাম ৰূপ । ওৰাং আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে AS 01 DR 7449 নম্বৰৰ এখন ৰঙা ৰঙৰ বলে'ন গাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৰূপখিনি । তথ্য অনুসৰি জব্দ কৰা ৰূপখিনিৰ মূল্য প্ৰায় ২ লাখ টকা । এজন যুৱকে ৰূপখিনি ঢেকীয়াজুলিৰ পৰা দলগাঁৱলৈ ৰূপখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে যুৱকসহ ৰূপখিনি জব্দ কৰে ।

জব্দ কৰা সময়ত ৰূপখিনিৰ কোনো উপযুক্ত নথি পত্ৰ নথকাৰ বাবে আৰক্ষীয়ে ৰূপখিনি জব্দ কৰি ৰাখে যদিও ৰূপখিনি বৈধ বুলি দাবী কৰিছে যুৱকজনে । ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । যদি এই ৰূপখিনি বৈধভাৱে কিনা বুলি প্ৰমাণিত হয় তেন্তে যুৱকজনৰ লগতে ৰূপখিনিও মোকলাই দিয়া হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ওদালগুৰিৰ ওৰাঙত ৪ কিলো ৰূপ জব্দ কৰিলে আৰক্ষীয়ে।

 নিৰ্বাচনৰ সময়ত  টকাৰ উজান উঠিছে ৰাজ্যত।  ভিন্ন প্ৰান্তত জব্দ হৈছে লাখে লাখে টকা।   এইবাৰ পিছে টকা নহয়। এইবাৰ ওদালগুৰিৰ ওৰাঙত উদ্ধাৰ হ'ল ৪ কেজি ৰূপ । শনিবাৰে ওৰাং আৰক্ষীৰ নিয়মীয়া তালাচীত AS 01 DR 7449 নম্বৰৰ এখন ৰঙা ৰঙৰ বলে'ন গাড়ীৰ পৰা  জব্দ হয় এই বৃহৎ পৰিমাণৰ ৰূপখিনি।  জব্দ কৰা ৰূপ খিনিৰ মূল্য প্ৰায় ২ লাখ  টকা হ'ব বুলি জানিব পৰা গৈছে । এজন যুৱকে ৰূপখিনি ঢেকীয়াজুলিৰ পৰা দলগাৱলৈ আনিছিল কঢ়িয়াই আনিছিল । অৱশ্যে এই ৰূপখিনি বৈধ্য বুলি দাবী কৰিছে যুৱক জনে। অৱশ্যে জব্দ কৰা সময়ত ৰূপখিনিৰ উপযুক্ত নথি পত্ৰ নাছিল বাবে ৰূপখিনি জব্দ কৰিছিল আৰক্ষীয়ে। বৰ্তমান ওৰাং আৰক্ষীয়ে  ৰূপ ক্ৰয়ৰ নথি সমূহ পৰীক্ষা কৰি আছে । পৰীক্ষাত ৰূপ খিনি বৈধ্য ভাৱে কিনাটো নিশ্চিত হ'লে যুৱক সহ ৰূপখিনি মুকলাই দিব বুলি আৰক্ষীয়ে জানিব দিয়ে

BYTE :- POLICE

Last Updated : Apr 7, 2019, 12:33 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.