ETV Bharat / state

ৰৌতাত পথ দুৰ্ঘটনাত নিহত় এজন

author img

By

Published : Apr 12, 2019, 5:32 AM IST

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজনক অখিল দে' বুলি চিনাক্ত ৷

ওদালগুৰিৰ ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1, আহত 1

ওদালগুৰি, 12 এপ্ৰিল: ওদালগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত AS-01-DB-6099 নম্বৰৰ দ্ৰুতবেগী বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা As-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' ।

ওদালগুৰিৰ ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1, আহত 1

এই ঘটনাত গুৰুতভাৱৰ আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' । আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় প্ৰেৰণ কৰে স্থানীয় লোক তথা আৰক্ষীয়ে। দুৰ্ঘটনা পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ নিবাসী বুলি জানিব পৰা গৈছে ।

Road Accident in Odalguri

ওদালগুৰিৰ ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত 1, আহত 1

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনা এজন লোক থিতাতে নিহত হয়৷ নিহত লোকজনক অখিল দে' বুলি চিনাক্ত৷ 

ওদালগুৰি, 12 এপ্ৰিল: ওদালগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত AS-01-DB-6099 নম্বৰৰ দ্ৰুতবেগী বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই  পথৰ কাষত ৰখাই থোৱা As-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' । এই ঘটনাত গুৰুতভাৱৰ আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' । 

আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় প্ৰেৰণ কৰে স্থানীয় লোক তথা আৰক্ষীয়ে। দুৰ্ঘটনা পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ নিবাসী বুলি জানিব পৰা গৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.