- কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ ৷
- দৰঙৰ কুৰুৱাৰ পৰা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰমেশ চহৰীয়াক ৷
- ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰিক জন ৷
- ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷
- ঘটনাৰ পিছতেই ৰমেশ চহৰীয়াৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ ৷
- ভাৰতীয় দণ্ডবিধি আইনৰ 120বি, 417, 420, 294, 353, 354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে ৷
- বিজ্ঞান শিক্ষজ যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া (মৃত), আত্মীয় জুমন কলিতা আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ ৷
গ্ৰেপ্তাৰ হ'ল কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া - দৰং আৰক্ষী
ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰিক জন ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷
গ্ৰেপ্তাৰ হ'ল কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া
- কলাইগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ ৷
- দৰঙৰ কুৰুৱাৰ পৰা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰমেশ চহৰীয়াক ৷
- ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰিক জন ৷
- ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে ৷
- ঘটনাৰ পিছতেই ৰমেশ চহৰীয়াৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ ৷
- ভাৰতীয় দণ্ডবিধি আইনৰ 120বি, 417, 420, 294, 353, 354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে ৷
- বিজ্ঞান শিক্ষজ যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া (মৃত), আত্মীয় জুমন কলিতা আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ ৷
কলাইগাঁও কাণ্ডৰ অন্যতন অভিযুক্ত তান্ত্ৰীক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ
দৰঙৰ কুৰুৱাৰ পৰা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰমেশ চহৰীয়াক
ঘটনা সংঘটিত হোৱা পিছৰে পৰা পলাতক অৱস্থাত আছিল তান্ত্ৰীক জন
ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে কলাইগাঁৱৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় লোকে
ঘটনাৰ পিছতেই ৰমেশ চহৰীয়াৰ বিৰুদ্ধে কলাইগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ
ভাৰতীয় দণ্ডবিধি আইনৰ 120বি, 417, 420, 294, 353, 354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে
বিজ্ঞান শিক্ষজ যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া (মৃত), আত্মীয় জুমন কলিতা আৰু তান্ত্ৰীক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ
Last Updated : Jul 9, 2019, 2:06 AM IST