ETV Bharat / state

নৱ শৰণীয়াৰ দললৈ আহিব প্ৰমীলাৰাণী ব্ৰহ্ম ! - mp Naba sarania in Orang

ওৰাঙৰ সভাত নৱ শৰণীয়াৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য ৷ 2021 চনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচন খেলিব প্ৰমীলাৰাণী ব্ৰহ্মই ৷

Pramaila rani brahma to join Naba sarania's party
author img

By

Published : Nov 5, 2019, 9:40 PM IST

Updated : Nov 5, 2019, 11:50 PM IST

ওৰাং,5 নৱেম্বৰ: ২০২১ চনৰ বিধানসভা নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ'ব প্ৰমীলা ৰাণী ব্ৰহ্মই । ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই শীঘ্ৰে যোগদান কৰিব নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীত ৷ মঙলবাৰে ওৰাঙত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই । আগন্তক বিটিএডি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টী ক্ষমতাত আহিলে হাগ্ৰামা মহিলাৰী কাৰাগাৰত সোমাব লাগিব বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰে ৷ সাংসদগৰাকীয়ে কয় - হাগ্ৰামা বাহিনীৰ দুৰ্নীতি, শোষণ আৰু ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈছে বিটিচিৰ ৰাইজ । যাৰবাবে ২০২০ ৰ বিটিচি নিৰ্বাচনত ক্ষমতালৈ আহিব গণ সুৰক্ষা পাৰ্টী ।

বিপিএফ নেতাৰ ঘৰত হাজাৰ হাজাৰ অস্ত্ৰ মজুত থকাৰ কথা উল্লেখ কৰি তেওঁৰ উত্থানত শংকিত হৈ হাগ্ৰামা বাহিনীয়ে এইবোৰ ব্যৱহাৰ কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদগৰাকীয়ে ৷ ১৫ বছৰ বিটিচি দখল কৰা বিপিএফ দলৰ শিপা এডাল এডালকৈ সম্প্ৰতি ছিগি গৈ আছে বুলি কৈ আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পাচত বিপিএফৰ সকলো নেতাই গণ সুৰক্ষা পাৰ্টীত যোগদান কৰিব বুলিও মন্তব্য কৰে নৱ শৰণীয়াই । বিপিএফ নেতাৰ বাবে গণ সুৰক্ষা পাৰ্টীৰ দুৱাৰ খোলা আছে বুলি জনাই কৰাৰ লগতে সাংসদগৰাকীয়ে পাপক ঘিণ কৰিব লাগে,পাপীক নালাগে বুলিও উল্লেখ কৰে ৷ সংবাদমেলখনৰ জৰিয়তে নৱ শৰণীয়াই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো গণ সুৰক্ষা পাৰ্টিলৈ আমন্ত্ৰণ জনায় ৷

ওৰাঙত সাংসদ নৱ শৰণীয়াৰ সংবাদমেল

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Intro:
২০২১ চনৰ বিধানসভা নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অবতীৰ্ন হব প্ৰমীলা ৰানী ব্ৰহ্মই। আজি ওৰাঙত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ নৱ শৰনীয়াৰ। আজি ওৰাঙত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ নৱ শৰনীয়াইBody:

ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই শীঘ্ৰে যোগদান কৰিব নৱ শৰনীয়াৰ গণ সুৰক্ষা পাৰ্টীত ! ২০২১ চনৰ বিধানসভা নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অবতীৰ্ন হব প্ৰমীলা ৰানী ব্ৰহ্মই। আজি ওৰাঙত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ নৱ শৰনীয়াৰ। সাংসদ জনে লগতে উল্লেখ কৰে যে
এইবাৰ গণ সুৰক্ষা পাৰ্টী বিটিচিৰ ক্ষমতাত আহিলে কাৰাগাৰত সুমাব লাগিব হাগ্ৰামা মহিলাৰী। কাৰণ হাগ্ৰামা বাহিনীৰ দুৰ্নীতি,শোষণ আৰু ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈছে বিটিচিৰ ৰাইজ। যাৰবাবে ২০২০ ৰ বিটিচি নিৰ্বাচনত ক্ষমতালৈ আহিব গণ সুৰক্ষা পাৰ্টী।
বিপিএফ নেতাৰ ঘৰত এতিয়াও মজুত আছে হাজাৰ হাজাৰ অস্ত্ৰ । নৱ শৰনীয়াৰ উত্থানত শংকিত হৈ আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনত হাগ্ৰামা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাৰ আশংকা প্ৰকাশ নৱ শৰণীয়াৰ । ১৫ বছৰ বিটিচি দখল কৰা বিপিএফ দলৰ সীপা এডাল এডাল কৈ সম্প্ৰতি ছিগি গৈ আছে আৰু আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পাছত বিপিএফৰ সকলো নেতাই গণ সুৰক্ষা পাৰ্টীত যোগদান কৰিব । নৱ শৰনীয়াই সকলো বিপিএফ নেতাৰ বাবে গণ সুৰক্ষা পাৰ্টীৰ দুৱাৰ খোলা আছে বুলি উল্লেখ কৰাৰ লগতে
পাপক ঘৃণ কৰিব লাগে পাপক ঘৃন কৰিব নালাগে বুলি মন্তব্য কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো গণ সুৰক্ষা পাৰ্টিলৈ আমন্ত্ৰণ কৰিলে সাংসদ নৱ শৰণীয়াই।

Byte- Naba SaraniaConclusion:
Last Updated : Nov 5, 2019, 11:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.