ওদালগুৰি,12 মে’: ওদালগুৰি চহৰৰ 1 নং ৱাৰ্ডৰ সন্তোষী নগৰ পথৰ কদৰ্যময় ৰূপে এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসীক ৷ বছৰ বছৰ ধৰি পথটো নিৰ্মাণ নকৰাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই পথলৈ ওলাব নোৱাৰা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে জনতা ৷ কি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , কি কাৰ্যালয় , বজাৰ , চিকিৎসালয় সকলো ক্ষেত্ৰৰ যোগাযোগ স্থাপনতে এতিয়া হেঙাৰ হৈ থিয় দিছে চহৰৰ মাজৰ এইটো ব্যস্ত পথ ৷ কিন্তু ৰাইজে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ বিৰুদ্ধে অৱশেষত সোচ্চাৰ হৈ পৰিল ওদালগুৰি পৌৰসভা, দালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে ৷ কেৱল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ অঞ্চলটোলৈ মনত পৰে আৰু মিঠা মিঠা কথা কৈ ভোট আদায় কৰাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ তুলিছে এতিয়া স্থানীয় ৰাইজে ৷ দেওবাৰে নগৰবাসী ৰাইজে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনপ্ৰতিনিধি সকলক তীব্ৰ সমালোচনা কৰাৰ লগতে পথটো নিৰ্মাণৰ ব্যৱস্থা নল’লে 2020 চনত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন আৰু 2021 চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ভোটবৰ্জনৰ কাৰ্যসূচী ল’ব বুলিও হুংকাৰ দিয়ে ৷
পথ নে পুখুৰী ! গাঁও নহয় এইয়া ওদালগুৰি চহৰ - প্ৰতিবাদ
ৰাইজে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ বিৰুদ্ধে অৱশেষত সোচ্চাৰ হৈ পৰিল ওদালগুৰি পৌৰসভা, দালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে ৷
ওদালগুৰি,12 মে’: ওদালগুৰি চহৰৰ 1 নং ৱাৰ্ডৰ সন্তোষী নগৰ পথৰ কদৰ্যময় ৰূপে এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসীক ৷ বছৰ বছৰ ধৰি পথটো নিৰ্মাণ নকৰাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই পথলৈ ওলাব নোৱাৰা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে জনতা ৷ কি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , কি কাৰ্যালয় , বজাৰ , চিকিৎসালয় সকলো ক্ষেত্ৰৰ যোগাযোগ স্থাপনতে এতিয়া হেঙাৰ হৈ থিয় দিছে চহৰৰ মাজৰ এইটো ব্যস্ত পথ ৷ কিন্তু ৰাইজে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ বিৰুদ্ধে অৱশেষত সোচ্চাৰ হৈ পৰিল ওদালগুৰি পৌৰসভা, দালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে ৷ কেৱল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ অঞ্চলটোলৈ মনত পৰে আৰু মিঠা মিঠা কথা কৈ ভোট আদায় কৰাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ তুলিছে এতিয়া স্থানীয় ৰাইজে ৷ দেওবাৰে নগৰবাসী ৰাইজে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনপ্ৰতিনিধি সকলক তীব্ৰ সমালোচনা কৰাৰ লগতে পথটো নিৰ্মাণৰ ব্যৱস্থা নল’লে 2020 চনত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন আৰু 2021 চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ভোটবৰ্জনৰ কাৰ্যসূচী ল’ব বুলিও হুংকাৰ দিয়ে ৷
বছৰ বছৰ ধৰি পথটো নিৰ্মান নকৰাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই পথলৈ ওলাব নোৱাৰে অঞ্চলটোৰ ৰাইজ।
কেৱল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ অঞ্চলটোলৈ মনত পৰে কিন্তু ভোট আদায় কৰাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি জন প্ৰতিনিধিয়ে পিঠি দিয়া বুলি অভিযোগ তুলি ৰাইজে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা
পথটো নিৰ্মানৰ ব্যৱস্থা নললে বিটিচি পৰিষদীয় নিৰ্বাচন আৰু বিধান সভা নির্বাচনত ভোট বৰ্জনৰ কৰাৰ ভাবুকি ৰাইজৰ
Body:এজাক বৰষুণতে জীয়াটো ভুগিব লগা হৈছে ওদালগুৰি চহৰৰ ১ নং ৱাৰ্ডৰ সন্তোষী নগৰ বাসীয়ে।বছৰ বছৰ ধৰি পথটো নিৰ্মান নকৰাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই পথলৈ ওলাব নোৱাৰে অঞ্চলটোৰ ৰাইজ।
পথটিৰ কদৰ্যমই ৰূপ দেখি ছাত্র ছাত্ৰীয়ে বিদ্যালয় যাবৰ ভয় কৰাৰ লগতে , কাৰ্যালয়, বজাৰ , চিকিৎসালৈ আদিলৈ যাবলৈ এতিয়া দহবাৰ চিন্তা কৰিব লগা হয় অঞ্চলটোৰ বাসিন্দাই। এয়াই নহয়, অঞ্চলটোত নাই কোনো নলাৰ ব্যৱস্থা । যাৰ ফলত পথৰ মাজত থকা পুখুৰী সদৃশ গাত বোৰত আৱদ্ধ হৈ থাকে বৰষুণৰ পানী বোৰ। অৱশেষত ওদালগুৰি পৌৰ সভা , ওদালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গল অঞ্চলটোৰ ৰাইজক । কেৱল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ অঞ্চলটোলৈ মনত পৰে আৰু মিঠা মিঠা কথা কয় ভোট আদায় কৰাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ কৰি দেওবাৰে সন্তোষী নগৰ বাসী ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনপ্ৰতিনিধি সকলক তীব্ৰ সমালোচনা কৰাৰ লগতে পথটো নিৰ্মানৰ ব্যৱস্থা নললে ২০২০ চনত হব লগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন আৰু ২০২১ চনত হব লগীয়া বিধান সভা নির্বাচনত ভোট বৰ্জনৰ দৰে কাৰ্যসূচী লোৱাৰো ভাবুকি দিয়ে।
byte 1 to 4- স্থানীয় লোক
Conclusion: